Daily Time Axom

মুকালমুৱাৰ বামুনবড়ীত শ্বহীদ সোঁৱৰণী নৈশ ফুটবল প্ৰতিযোগিতা‌ত চেম্পিয়ন এজে এলেভেন

মুকালমুৱাৰ বামুণবড়ীত আমন্ত্ৰণমূলক নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত চামতাৰ এজে এলেভেন দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।বামুনবড়ী মূলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত

ঘণ্টাৰ পিছত ঘণ্টা অফিচত কাম কৰি অজানিতে বিপদ মাতিছে নেকি

দিনটোৰ বেছিভাগ সময় অফিচতে কটায়। বহুজাতিক কোম্পানীৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে ছবিখন সকলোতে একেই। আজৰি সময়ত আড্ডা মাৰি, ঘৰতো বহি সময় পাৰ হৈ যায়। আৰু এই সকলো সময়তে বহি থকাৰ বাবেই বিভিন্ন ৰোগৰ আশংকা বাঢ়িছে। বিভিন্ন

শান্তিপূৰ্ণ টোপনি মাৰক, বেমাৰৰ পৰা আঁতৰি থাকক

সাতৰ পৰা আঠ ঘণ্টাৰ টোপনি সকলোৰে বাবে অতি প্ৰয়োজনীয়। নহ’লে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ভাগৰুৱা হোৱাৰ লগে লগে আন ৰোগো আহে। গভীৰ টোপনিৰ বাবে শুই থকা ঠাইখনো উপযুক্ত হ’ব লাগে। সকলোৰে টোপনিৰ ধৰণ বেলেগ বেলেগ। লাইট জ্বলাই কোনেও শুব

১১ বছৰীয়া কিশোৰী হঠাৎ কোটিপতি হ’ল কেনেকৈ

কোটি কোটি টকা এতিয়া এগৰাকী এঘাৰ বছৰীয়া কন্যাৰ হাতত। নাই, তেওঁ লটাৰী জিকা নাই। বৰঞ্চ এটা গোচৰৰ শুনানি গ্ৰহণ কৰাতহে লাখপতি হৈ পৰিল। তেওঁ লাভ কৰিব ২.৫ কোটি টকাৰ আৰ্থিক ক্ষতিপূৰণ। ইমান টকা পালেও তেওঁ দুখী। কাৰণ আপোনজনক হেৰুৱাইহে তেওঁ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত অবাধে চলিছে তীৰ খেলৰ ৰমৰমীয়া বেহা

চকুমুদা কুলিৰ ভাওত আৰক্ষী প্ৰশাসন৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ, খাৰুৱাবান্দা, হাটশিঙীমাৰী, সুখচৰ, বেপাৰীপাৰা, খোপাতীয়া বজাৰ, হাজিৰহাট আদিকৰি বিভিন্ন অঞ্চলত চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা৷ আনকি জিলা সদৰ হাটশিঙীমাৰীৰ আৰক্ষী

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়লাভ

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ট্ৰাম্প। কমলা হেৰিছেও ইতিহাস ৰচনা কৰাৰ সুযোগ পাইছিল। কিন্তু ২৭০ৰ যাদুকৰী সংখ্যা অতিক্ৰম কৰিলে ট্ৰাম্পে। তেওঁ লাভ কৰে ২৭৭টা ভোট। আনহাতে কমলা হেৰিছে লাভ কৰে ২২৬টা ভোট। ৭টা ছুইঙৰ ভিতৰত ৬টা ছুইঙত

ৰাতি ১২ বজাৰ পিছতো সাৰে আছে যদি সাৱধান হওক

মানুহৰ মগজু এনে এক বস্তু যাৰ সৈতে বহুতে নিজৰ সমীক্ষাৰ মিল ৰাখিব নোৱাৰে। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মাজনিশা ১২ বজাৰ পিছত মগজুৱে সজাগ হৈ থাকিব নিবিচাৰে। ৰাতি গভীৰ হৈ অহাৰ লগে লগে বিভিন্ন কামৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰে।

असम ने राष्ट्रीय पैरा-तैराकी चैंपियनशिप में तीन स्वर्ण सहित नौ पदक जीते

गोवा के पंजीत में आयोजित राष्ट्रीय पैरा तैराकी चैंपियनशिप में असम ने नौ पदक जीते। अंतरराष्ट्रीय तैराकी कोच और असम पैरालंपिक एसोसिएशन के सचिव राजीव डे के नेतृत्व में असम की टीम ने तीन स्वर्ण, चार रजत और दो कांस्य पदक जीते। असम के

দৈনিক ৰাশিফল, ২৪ অক্টোবৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৭ কাতি, বৃহস্পতিবাৰ, ইং ২৪ অক্টোবৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৫/৩০/২২সূৰ্য্যাস্ত ঘ :- ৪/৪৪/৪১ৰাশি : - কৰ্কট ৰাশি।তিথি :- কৃষ্ণ সপ্তমী। প্ৰা:ঘ:- ৬/৩/৩৮ যোৱাত কৃষ্ণা অষ্টমী তিথি আৰম্ভণি

অসমীয়া বোৱাৰীৰ ৰূপত বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী মহিমা চৌধুৰী

অসমীয়া বোৱাৰীৰ ৰূপত বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী মহিমা চৌধুৰী।বিয়ানামৰ সুৰৰ তালে তালে মহিমাৰ লয়লাস খোজ।ডিজাইনাৰ প্ৰাৰ্থনা চৌধুৰীয়ে প্ৰস্তুত কৰা পোছাকৰ এক প্ৰদৰ্শনীত শ্ব’ ষ্টপাৰ আছিল মহিমা।পিতৃৰ ব্যৱসায় সূত্ৰে অসমতে শৈশৱ কটাইছিল মহিমা