Daily Time Axom

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড’ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী…

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেক্সিকোৰ

নলবাৰী জিলাৰ ১ নম্বৰ লাৰকুছিৰ এজন যুৱকক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

নলবাৰী জিলাৰ ১ নম্বৰ লাৰকুছিৰ সহজ- সৰল যুৱক নাজমূল হুছেইনক নিশা প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ।৬/৭ জনীয়া লোকে নিশা প্ৰায় ১ বজাত মুখত কাপোৰ বান্ধি আহি, মুখত সোপা দি ডেগাৰেৰে আক্ৰমণ কৰি কৰি লুটি নিয়ে ১ লাখ টকা। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত

ONGC (L)ৰ বিৰুদ্ধে এঘণ্টীয়া অৱস্থান ধৰ্মঘট ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ

✏️শিৱসাগৰ নগৰৰ ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত ONGCয়ে বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন ৰিগ্‌ ঠিকা ভিত্তিক ভাৱে গতাই দিয়াৰ কাৰ্য প্ৰত্যাহাৰৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন দেশৰ নৱৰত্ন উদ্যোগ হিচাপে

KANCO TEA & INDUSTRIES LIMITEDত শান্তি পূৰ্ণ ভাৱে বনাচ প্ৰদান চাহ শ্ৰমিকক

মেকিপুৰ বাগিচাত ১৫.৫ শতাংশ বনাচ প্ৰদান, বাকী ৫ শতাংশ বনাচ ফাগুৱা উৎসৱত শ্ৰমিকক প্ৰদান কৰা হ'ব ৰাজ্যৰ শেহতীয়া পৰিস্থিতিকলৈ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ বাগিচা মালিক কৰ্তৃপক্ষ | এফালে চৰকাৰৰ GSTৰ মাধমাৰ, আনফালে বহুজাতিক

এ ডি আই জি আৰু টিচ্চমিণ্টৰ দ্বাৰা আয়োজিত টিচ্চটক্স স্কুল এক্সেলেন্স প্ৰগ্ৰেমত অংশগ্ৰহণ ৫০ খনতকৈও…

গুৱাহাটীৰ হোটেল অতিথিত এ ডি আই জি আৰু টিচ্চমিণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা বিদ্যালয় উৎকৃষ্টতা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০খনতকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল বিদ্যালয়ৰ পাঠদানৰ মান উন্নত কৰাৰ বাবে

पुरबी ने किया स्वादिष्ट दुग्ध की नई श्रेणी का शुभारंभ

गुवाहाटी, 27 सितंबर 2024: पूर्वोत्तर भारत की सबसे बड़ी सहकारी दुग्ध उत्पादक ब्रांड, पुरबी ने 27 सितंबर को अपनी नई लंबे समय तक टिकने वाली स्वादिष्ट दुग्ध की श्रृंखला का आधिकारिक शुभारंभ किया, जो ब्रांड के भूगोलिक विस्तार में महत्वपूर्ण

দেশত নিবনুৱাৰ হাৰ হ্ৰাস পোৱা নাই, চৰকাৰী সমীক্ষা

দেশত নিবনুৱা সমস্যা হ্ৰাস পোৱা নাই। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশত নিবনুৱাৰ সংখ্যা ৩.২ শতাংশ। দেশৰ বিভিন্ন খণ্ডত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰৰ এই সমীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে দেশৰ অধিকাংশ শিক্ষিত সমাজ এতিয়াও নিবনুৱা সমস্যাত ভুগি

এডিআৰই সম্পৰ্কে কামৰূপ আয়ুক্তৰ সংবাদমেল

এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা।২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ’ব এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ।পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।২৯ ছেপ্টেম্বৰত

মৈৰাবাৰীত আটক দুজন চাইবাৰ অপৰাধী

মৈৰাবাৰী আৰক্ষীয়ে পুনৰ আটক কৰে দুজনকৈ চাইবাৰ অপৰাধীক। মৈৰাবাৰী আৰক্ষীৰ চাইবাৰ বিৰোধী অভিযান অব্যাহত। দুদিন পূৰ্বে মৈৰাবাৰী,তাঁতীকটা আৰু গায়নগাঁৱৰ পৰা ছয় জনকৈ চাইবাৰ অপৰাধত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে যোৱা নিশা পুনৰ দুজনকৈ লোকক

Stanford University (USA) ৰ বিশ্বৰ আগশাৰীৰ ২% বিজ্ঞানীৰ ৰেংকিঙৰ তালিকাত এইবাৰ IIT Guwahati ৰ…

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শীৰ্ষ ২% বিজ্ঞানী ৰেংকিং হৈছে বিশ্বৰ আগশাৰীৰ গৱেষকসকলক চিনাক্ত কৰা এখন প্ৰতিষ্ঠিত তালিকা, যিয়ে বিশ্বৰ সকলো বিজ্ঞানীৰ প্ৰায় ২% প্ৰতিনিধিত্ব কৰে।এই ৰেংকিং উদ্ধৃতি, h-সূচী, আৰু বহুতো গ্ৰন্থমাপক সূচকৰ ওপৰত