Daily Time Axom

কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এককালীন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত  নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ

নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ ব্যাপক আয়োজন

অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে যোৱা একুৰি চাৰিটা বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষত সগৌৰৱে পদাৰ্পণ কৰিছেহি।২৫ বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাক কলনত অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে তিনি দিনীয়া

বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

মানসিক ভাৰসাম্য সন্তুলন হেৰুৱাই পেলাইছে ভৱেশ কলিতাই- ৰাতুল কলিতা আজি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক

চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানত অবদান আগবঢ়োৱা চৰাইদেউ জিলাৰ আয়ুক্ত…

চৰাইদেউ জিলাখনক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা বিদায়ী আয়ুক্ত নিবেদন দাস পাটোৱাৰীক আয়ুক্ত কাৰ্য্যলয়ত পাঁচ দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে | মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এচ'ছিয়েচনৰ সভাপতি তথা চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ সমিতি মডেল

কনকলতা মহলা সংগঠনৰ উদ্যোগত মাদক দ্ৰব্য আৰু বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন বিৰোধী সজাগতা সভা সম্পন্ন

শিৱসাগৰ জিলা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত আৰু আটছা চেলেংহাট উপ শাখা তথা ডালিম চাহ বাগিছা সংঘৰ সহযোগত বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ উদ্দেশ্যে এক সজাগতা সভা ডালিম চাহ বাগিছাত

বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱস উদযাপন

গছ পুলি ৰোপণৰ সেউজ কাৰ্যসূচী প্ৰয়াত বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সুৰ বাহিনীয়ে যোৱা ২০ ছেপ্তেন্বৰত গুৱাহাটীৰ চানমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰে বিশেষ

চকুৰ তলৰ ডাৰ্ক চাৰ্কল ঘৰুৱা ঔষধেৰে নোহোৱা কৰক

কৰ্মৰ প্ৰচণ্ড চাপ, মানসিক অস্থিৰতা, ৰাতি দুপৰতে সাৰ পোৱাৰ অভ্যাসৰ পৰা আৰম্ভ কৰি গোটেই দিন ৰাতি ফোনত বহি থকালৈকে। আপোনাৰ চকুৱে বহুত টান ল’ব লাগে। ফলত চকুৰ তলৰ ডাৰ্ক চাৰ্কল পৰিবলৈ আৰম্ভ কৰে। চকুৰ চৌপাশৰ কোষবোৰ বিভিন্ন কাৰণত চাপৰ ফলত

‘অস্ত্ৰ এৰক, নহ’লে..’ মাওবাদৰ বিৰুদ্ধে শ্বাহৰ ‘অল আউট ৱাৰ’ ঘোষণা

মাওবাদৰ অন্ত পেলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ঘোষণা কৰিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক ‘মাওবাদী মুক্ত দেশ’ হিচাপে ঘোষণা কৰা হ’ব। এই লক্ষ্য পূৰণৰ বাবে মাওবাদীক বাৰ্তা দিছে শ্বাহে। তেওঁ কঠোৰ

জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ): এটা ৰাষ্ট্ৰবাদী সংগঠন

বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। দেশত হৈ থকা প্ৰৱল জনবিস্ফোৰণ আৰু তীব্ৰ গতিত বৃদ্ধি পাই অহা জনগাঁঠনিৰ অসন্তুলণতাক (Demographic Imbalance) নিয়ন্ত্ৰণ কৰিবলৈ দেশত আজিকোপতি এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ আৰু বলৱৎ কৰা নহল।

আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰঃ ঢেকিয়াজুলিত উন্মোচন প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ স্বাধীনতা আন্দোলনত অসম…

আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আজিৰ দিনটো চিৰদিন চিৰকাল স্মৰণীয় হৈ ৰ’ব। বিশেষকৈ স্বাধীনতা আন্দোলনৰ ইতিহাসত অসমৰ ঢেকিয়াজুলি আৰু গহপুৰত নৃশংস ব্ৰিটিছে চলোৱা অত্যাচাৰৰ কথা অসমবাসীৰ লগতে দেশবাসীয়ে কৃতজ্ঞতাৰে