তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন
নিউজ ডেস্ক, ৩০ জুনঃ তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন লোক।গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক।
নিহত যুৱকজনৰ নাম অজিত সিংহ বুলি জানিব পৰা গৈছে।চিকিৎসাালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।
Read More...
Read More...