শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত নিহত এজন বাইক আৰোহী
নিউজ ডেস্ক, ৮ জুনঃ শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা। দলঙৰ আমিনগাঁও দিশত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। বাইক আৰোহীজন ছিপাঝাৰ খাণ্ডাজান গাঁৱৰ মিৰেল জমিৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে গুৱাহাটীলৈ!-->…
Read More...
Read More...