Daily Time Axom
Browsing Tag

Accident

তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এগৰাকী ছাত্ৰী

নিউজ ডেস্ক, ২৪ মে'- তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। টিউচনলৈ যোৱাৰ পথতে বাছে মহটিয়াই নিয়ে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত হিমানী দাস নামৰ কিশোৰীগৰাকীৰ থিতাতে মৃত্যু হয় । গোপালপুৰ আদৰ্শ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল হিমানী।
Read More...

মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ বাহনৰ খুন্দাত নিহত সপ্তম শ্ৰেনীৰ ছাত্ৰ

নিউজ ডেস্ক, ১৯ মে'-মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ অতিৰিক্ত উপায়ুক্তৰ বাহনে মহটিয়ালে দুজনকৈ ছাত্ৰক৷ দুৰ্ঘটনাত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু৷ মলয় নাথ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনো গুৰুতৰভাৱে আহত হয়৷
Read More...

পুনৰ টীয়কত অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত পথে প্ৰাণ ল’লে এজন যুৱকৰ

নিউজ ডেস্ক, ১৮ মে'-টীয়কৰ জগদুৱাৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙত গাড়ীসহ সোমাই এজন নিহত হয়। দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম ভাস্কৰ বৰ্মন। নিহত যুৱকজনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদামত বুলি জানিব
Read More...

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত SI জোনমণি ৰাভা

নিউজ ডেস্ক, ১৬ মে'-ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভা। জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ। জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা।
Read More...

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰ-বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত মহিলাসহ দুজন

নিউজ ডেস্ক, ১৫ মে'-শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰ-বলেৰ’ পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলাসহ দুজন লোক৷ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ সমীপত এই ঘটনা সংঘটিত হয়৷ সংকটজনক অৱস্থাত আহতসকলক
Read More...

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২বাইক আৰোহী

নিউজ ডেস্ক, ১৫ মে'- বিলাসীপাৰাৰ বাঙালীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা |দুখন তীব্ৰবেগী বাইকৰ মুখামুখী সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত হয় দুই বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় আন দুজন বাইক
Read More...

শোণিতপুৰত দুৰ্ঘটনাত পতিত মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন

নিউজ ডেস্ক, ৯ মে'- মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়৷ বলেৰ' বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকী৷ বিধায়কগৰাকীৰ কিয়া কাৰ্নিভেল বাহনত প্ৰচণ্ড খুন্দা
Read More...

মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত শিশু মহিলাসহ ২২গৰাকীকৈ যাত্ৰী

নিউজ ডেস্ক, ৯ মে'- মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত শিশু মহিলাসহ নিহত হয় ২২গৰাকীকৈ যাত্ৰী, আহত হৈছে ৩১ গৰাকী যাত্ৰী৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে যাত্ৰীসহ এখন বাছ ৷ দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৪লাখ টকাৰ সাহায্য
Read More...

ছট্টিশগড়ত শোকাৱহ পথ দুৰ্ঘটনা, শিশু মহিলাসহ ১১ জনৰ মৃত্যু

নিউজ ডেস্ক, ৪ মে'- ছত্তিশগড়ৰ বেলড জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু এখন চাৰিচকীয়া বিবাহযাত্ৰী বাহনৰ মুখামুখি সংঘৰ্ষত ১১জনৰ মৃত্যু। আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত লোককেইজন ধামতাৰী জিলাৰ সোৰাম ভাটগাঁৱৰ আছিল। পৰিয়ালটো
Read More...

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্রী সংগীবৃন্দৰ বাহন

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিশা লখিমপুৰৰ সংগীতানুষ্ঠানৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ইন'ভা বাহনখন। ভুল দিশেৰে আহি থকা ট্ৰাকৰ সৈতে বাহনখনৰ মুখামুখি
Read More...