Daily Time Axom
Browsing Tag

Accident

মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰে এখন নৈশ বাছ

নিউজ ডেস্ক, ২১ মাৰ্চঃ মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে আহত লোকসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।আহতসকলক নিশাই স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এখন নৈশ বাছ
Read More...

নিশা বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ২জনকৈ লোক

নিউজ ডেস্ক, ১৮ মাৰ্চঃ বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত ভৰ্তি। ডিমাপুৰলৈ গৈ থকা পথত টয়টা ফৰচুনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ গছত। ফলত থিতাতে মৃত্যুক
Read More...

তামাৰহাটত বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই যাওঁতে শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ

নিউজ ডেস্ক, ১০ মাৰ্চঃ তামাৰহাটৰ মধ্যপেটলাত শোকাৱহ পথ দুৰ্ঘটনা।আলোকঝাৰীৰ পৰা তামাৰহাট অভিমুখে বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যুমুখত পৰে দুই বাইক আৰোহী। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । নিহত হোৱা যুৱক দুজন আলোকঝাৰীৰ ৰাম
Read More...

ন–কইনা লৈ ঘৰলৈ ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, দৰাৰ ভনীয়েকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৩ মাৰ্চঃ চাপৰৰ নাথপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা এখন বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হয়। বৰযাত্রী বাহনখনে নিয়ন্ত্রণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে । যাৰ ফলত থিতাতে নিহত এগৰাকী মহিলা।
Read More...

বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, একেখন গাড়ীয়ে সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ বোকাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাহনেই দুটাকৈ স্থানত সংঘটিত কৰিলে দুৰ্ঘটনা। জানিব পৰা মতে, এখন হুণ্ডাই কোম্পানীৰ চাৰি চকীয়া বাহনে বোকাখাতৰ লখৌজানত প্ৰথমে দুজন ব্যক্তিৰ খুন্দা মাৰে। তাৰ পৰা পলাই আহি লতাবাৰীত
Read More...

মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা, বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা। বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু। এখন ব’লেৰত তীব্ৰবেগী চিমেণ্টভৰ্তি ট্ৰাকে খুন্দা মাৰি ব’লেৰখনৰ ওপৰত পৰি যোৱাৰ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত
Read More...

মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত প’লিং বিষয়া

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প’লিং বিষয়া ছেচান চন্দ্ৰ মাৰাক। আহত হৈছে ২জন BSFৰ জোৱান আৰু এগৰাকী গৃহৰক্ষী জোৱানো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মহিন্দ্ৰা পিকআপ ভানখন। টিক্ৰিকিল্লাৰ জাংৰাপাৰা
Read More...

নিশা কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যাত্ৰী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা। যাত্ৰীবাহী নৈশ বাছত খুন্দা ট্ৰাকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰিল বাছখন। থিতাতে নিহত বাছখনৰ এজন যাত্ৰী। দুৰ্ঘটনাত নিহত হয় দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা। গুৱাহাটীৰ পৰা জাগুন
Read More...

শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত ৫ জন যুৱক

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে ৫ বন্ধুৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ছুইফ্ট ডিজায়াৰ বাহনখন । ফলত থিতাতে নিহত দ্বীপেন বৰা, ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিদ্যুৎ
Read More...

মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, দুৰ্ঘটনাত থিতাতে নিহত ৫গৰাকী মহিলা

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ফলত থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক। মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য
Read More...