চাঞ্চল্য! পাৰিবাৰিক কন্দলক লৈ পত্নীৰ মুখত এচিড ঢালিলে স্বামীয়ে
নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰঃ ৰাজ্যত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক ভয়ংকৰ ঘটনা।স্বামীয়ে এচিড ঢালিলে নিজ পত্নীৰ মুখত।
দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা।খাৰুপেটীয়াৰ ৰামনগৰৰ অমৰ ধৰ নামৰ এগৰাকী ব্যক্তিয়ে পত্নীৰ মুখত এচিড ঢালি দিয়ে।!-->!-->!-->…
Read More...
Read More...