Daily Time Axom
Browsing Tag

Alert

অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক, ২০ জুনঃ অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।বতৰে ধাৰণ কৰিছে অধিক কালৰূপ। অসম-উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল ধুমুহা-বৰষুণৰ সতৰ্কবাণী। নেৰানেপেৰা বৰষুণ অব্যাহত থকা ৰাজ্যত আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব ধাৰাসাৰ
Read More...

ভাৰতৰ দুটা কফ ছিৰাপ শিশুৰ বাবে অনুপযোগী ঘোষণা WHOৰ

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ ভাৰতৰ দুটা কফ ছিৰাপ শিশুৰ বাবে অনুপযোগী ঘোষণা WHOৰ। ভাৰতৰ দুটা কফ ছিৰাপৰ বাবেই উজবেকিস্তানত ১৯টি শিশুৰ মৃত্যু হৈছিল বুলি অভিযোগ। ভাৰতৰ দুটা কফ ছীৰাপক লৈ WHOৰ এলাৰ্ট। শিশুৰ বাবে দুয়োবিধ ঔষধ ব্যৱহাৰৰ অনুপযোগী
Read More...