Daily Time Axom
Browsing Tag

Ambubachi Mela

নিশা অম্বুবাচী নিবৃত্তিৰ পিছত খোলা হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

নিউজ ডেস্ক, ২৬ জুনঃ খোল খালে মা কামাখ্যাৰ দুৱাৰ। সূৰ্যোদয়ৰ লগে লগে ভক্তৰ বাবে মুকলি হ'ল মন্দিৰৰ দুৱাৰ। চাৰিদিনৰ অন্তত পুৱা ৫ বজাত খুলি দিয়া হয় দুৱাৰ। নিবৃত্তিৰ লগে লগে পৰম্পৰাগত ৰীতিৰে দেৱীক স্নান কৰোৱা হয়। মহা অম্বুবাচী উপলক্ষে নীলাচল
Read More...

আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী

নিউজ ডেস্ক, ২২ জুনঃ আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী। উখল-মাখল গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধাম। ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। ২৬ জুনত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। অম্বুবাচীৰ
Read More...

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

নিউজ ডেস্ক, ১০ জুনঃ শক্তিপীঠ মা কামাখ্যাত ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ'ব ২৬ জুনত। এইবাৰ অম্বুবাচীক লৈ নীলাচল পাহাৰত চলিছে ব্যাপক প্ৰস্তুতি। ভক্তৰ সুবিধা হোৱাকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন
Read More...

অম্বুবাচী মেলাৰ সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা

নিউজ ডেস্ক, ৭ জুনঃ ২১ জুনৰ পৰা ২৭ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। এই সময়ছোৱাত কামৰূপ মহানগৰত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা। অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ। গুৱাহাটী মহানগৰীৰ
Read More...