Daily Time Axom
Browsing Tag

AMCH

ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৮ জনকৈ লোক হতাহত

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ইন'ভা আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ যাত্ৰী। নিহত লোক দূজন পুষ্পা সুৰেখা আগৰৱাল আৰু ইন'ভাৰ চালকজন। আনহাতে মহিলা, শিশুসহ গুৰুতৰভাৱে আহত হয় ৬জন লোক।
Read More...

কাকপথাৰৰ বৰডিৰাপ তিনিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; মহিলাসহ নিহত ৯ জন লোক, আহত ১১জন

নিউজ ডেস্ক, ৬ চেপ্তেম্বৰঃ নিশা কাকপথাৰৰ বৰডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৭ জন, গুৰুতৰভাৱে আহত ১২জনকৈ লোক। আহত লোককেইজন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৪গৰাকীক ICUত ভৰ্তি কৰোৱা হৈছে। টাটা মেজিক আৰু
Read More...

আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে সৰিতা তছনিৱাল হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচক

নিউজ ডেস্ক, ১৮ মে'- ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডত অভিযুক্ত কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড।১৫২ পৃষ্ঠাৰ ৰায়দানত আছে ৬১জন ব্যক্তিৰ সাক্ষ্য। ৰায়দানত আদালতে কিৰো মেচক দোষী সাব্যস্ত কৰিছিল। সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত
Read More...

ৰাজ্য কঁপাই যোৱা AMCHৰ চিকিৎসক ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্য কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা আদালতৰ। কাইলৈ ঘোষণা কৰা হ'ব শাস্তিৰ ম্যাদ। ২০১৪ৰ ৮ মে'ত AMCHত
Read More...

চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক দাৰে ঘপিয়ালে উদণ্ড প্ৰেমিকে

নিউজ ডেস্ক, ৬ মাৰ্চঃ মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ। আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়ালে প্ৰেমিকাক। ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতীগৰাকীয়ে৷ দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো
Read More...

যোৰহাট কাণ্ডৰে জড়িত ডকাইতক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং কাণ্ডৰ বাবে বহিষ্কৃত হ’ল দুই ছাত্ৰ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং বিতৰ্ক। ৰেগিঙৰ বাবে দুজন ছাত্ৰক বহিষ্কাৰ কৰা হৈছে। ছমাহৰ বাবে অস্থিৰোগ বিভাগৰ ছাত্ৰদ্বয়ক বহিষ্কাৰ কৰা হৈছে। বহিষ্কৃত ছাত্ৰ দুজন হৈছে ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট
Read More...

ডিব্ৰুগড়ত চাঞ্চল্য! পত্নীক ব্লেডেৰে ৰেপি হত্যা কৰি পাছত স্বামীৰো আত্মহত্যা

নিউজ ডেস্ক, ২৭ আগষ্টঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অঘটন। এজন অভিযুক্তসহ পত্নীৰ মৃত্যুৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসাধীন অৱস্থাতেই মৃত্যু পতি-পত্নীৰ। স্নানাগাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ।পত্নীক
Read More...