বিহাৰলৈ IPS বিষয়া আনন্দ মিশ্ৰ, শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে
নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ অসম এৰিলে IGP আনন্দ মিশ্ৰই। অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ। ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই। তাৰ পাছতেই এন অ চি দিলে অসম চৰকাৰে।
শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব!-->!-->!-->…
Read More...
Read More...