Daily Time Axom
Browsing Tag

Andhra Pradesh

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ CIDৰ

নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ CIDৰ৷ বহু কোটিটকীয়া দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ TDP নেতাগৰাকীক৷৩৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নাইডুক। আজি পুৱা ৬ বজাত ৰাজ্যখনৰ
Read More...

আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ চন্দ্ৰ বিজয়ৰ পাছত এইবাৰ সূৰ্যৰ দিশে ভাৰত। আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1।দিনৰ ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব মহাকাশ যানখন। ISROৱে
Read More...

বিজেপিত যোগদান অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ শুকুৰবাৰে বিজেপিত যোগদান কৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে। কেৰালাৰ কংগ্ৰেছ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ পিছত দক্ষিণ ভাৰতৰ দ্বিতীয়জন প্ৰাক্তন কংগ্ৰেছ নেতাই যোগদান কৰে বিজেপিত।
Read More...

বিশাখাপট্টনমত শোকাৱহ ঘটনা ! ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু

নিউজ ডেস্ক, ২৩ মাৰ্চঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু, আহত হয় ৬জনকৈ ব্যক্তি। পুৱতি নিশা ৰামাযোগী পেটাত ভাগি পৰে পুৰণি অট্টালিকাটো। অট্টালিকাটোৰ দাঁতিকাষৰীয়া স্থানত প্ৰতিৱেশীয়ে স্থাপন
Read More...

অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী হ’ব বিশাখাপট্টনমঃ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ঘোষণা

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হ'ব বিশাখাপট্টনম। এতিয়া আৰু ৰাজ্যৰ ৰাজধানী অমৰাৱতী নহয়। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ
Read More...

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন। পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ লোকৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও। নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা। সভাত সমৱেত হৈছিল কেইবা সহস্ৰাধিক জনতা। সভাৰ
Read More...

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু দুই কণমানি সন্তানসহ চিকিৎসকৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ মৃত্যু হৈছে। নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী
Read More...