Daily Time Axom
Browsing Tag

Anti-Corruption Branch

বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু গৃহৰক্ষী জোৱান

নিউজ ডেস্ক, ২৯ মে'- বিলাসীপাৰাত উৎকোচ লৈ হাত দাঙিলে আৰক্ষীৰ উপ-পৰিদৰ্শকে। বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক ৰহিজুদ্দিন আহমেদৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন গৃহৰক্ষী সোণাৰুদ্দিন শ্বেইখ। আদালতলৈ কেছ ডায়েৰী প্ৰেৰণৰ নামত
Read More...

১২ ঘণ্টাৰ ভিতৰতে ঘোচ লৈ গ্ৰেপ্তাৰ তিনিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ১২ ঘণ্টাৰ ভিতৰতে ঘোচ লৈ গ্ৰেপ্তাৰ তিনিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। বুধবাৰে সন্ধিয়া ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুৰুজপল হক। পুৰণি বিচাৰাধীন গোচৰক সকাহ দিয়াৰ নামত ঘোচ লোৱাৰ সময়তে আৰক্ষী
Read More...

পুনৰ ঘোচ লৈ আটক হ’ল হাজোৰ লাট মণ্ডল টংকেশ্বৰ নাথ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। আজি হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত এইবাৰ হাত দাঙিলে এজন লাট মণ্ডলে। হাজোত ৪ হাজাৰ টকা লৈ
Read More...

আকৌ উৎকোচ কাণ্ডঃ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী

নিউজ ডেস্ক, ৪ মাৰ্চঃ আকৌ উৎকোচ কাণ্ড। এইবাৰ কামৰূপত ধৰা পৰিল শিক্ষা বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী। গুৱাহাটী মহকুমাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক ঘোচখোৰ বুদ্ধ কটকী। বিদ্যালয়ৰ নামত আৱণ্টিত উন্নয়ন
Read More...

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

নিউজ ডেস্ক, ২৩ আগষ্টঃ ৰাজ্যত পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন। মৰিগাঁৱৰ মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ। উৎকোচ লওঁতেই হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। ধৃত প্ৰধান শিক্ষকজনৰ নাম দিদাৰুল
Read More...