Daily Time Axom
Browsing Tag

APDCL

পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ সাধাৰণ জনতাক, পুনৰ বৃদ্ধি বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ APDCLৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।দেওবাৰৰ পৰাই বলৱৎ‍ হ’ব এই নতুন নিৰিখ। ৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু
Read More...

পুনৰ APDCLৰ কৰ্মচাৰীক প্ৰহাৰ কৰি কাঢ়ি নিলে নগদ ধনসহ মোবাইল

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ গোৱালপাৰাৰ শিমলীতোলাত মাৰপিটৰ ঘটনা। কৰ্তব্যৰত অৱস্থাত APDCLৰ কেইবাজনো কৰ্মচাৰীক প্ৰহাৰ একাংশ যুৱকৰ। প্ৰহাৰত আহত হয় চাৰিগৰাকীকৈ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম, ৰবিউল হুছেইন। শিমলীতোলাত বিভাগীয়
Read More...

জনতাৰ মূৰত আন এক ৰামটাঙোন, পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ২ জুনঃ জনতাৰ মূৰত আন এক ৰামটাঙোন। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। ইন্ধন, শক্তি ক্ৰয়ৰ নামত মাচুল বৃদ্ধি কৰিলে APDCL-এ। এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ
Read More...

প্ৰিপেইড মিটাৰৰ সমস্যা দূৰ কৰিবলৈ APDCLৰ বিশেষ পদক্ষেপ, মুকলি কৰিলে হেল্পলাইন নম্বৰ

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ APDCLৰ বিশেষ পদক্ষেপ৷ APDCLয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ এতিয়াৰে পৰা ১৯১২ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহকে৷ গ্ৰাহকৰ প্ৰশ্ন www.apdcl.org বা myBijulee APPৰ জৰিয়তে পঞ্জীয়ন
Read More...

কেবিনেটত বিশেষ সিদ্ধান্তঃ গ্ৰাহকৰ বোজা লাঘৱৰ উদ্দেশ্যে APDCLক ১৫০ কোটি টকাৰ শক্তি ক্ৰয়ৰ ৰাজ সাহায্য

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে। কেবিনেটত বিদ্যুত
Read More...

পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত বৃদ্ধি ৩০ পইচাকৈ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জনতাৰ মূৰত ৰামটাঙোন শোধাই ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি। ৯ ডিচেম্বৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত। যোৱা ২৫ নৱেম্বৰতো
Read More...

পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি পালে বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল-এ। প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি পাব এই মাচুল। অনাগত ৩
Read More...

বর্ষাপাৰাৰ ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCL ৰ স্পষ্টীকৰণ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল খনৰ সময়ত ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCLএ স্পষ্টীকৰণ দাঙি ধৰে। সেই ঘটনাৰ বাবে বহু লোকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক জগৰীয়া কৰিছিল। কিন্তু সেই সন্দৰ্ভত
Read More...

এতিয়াৰ পৰা ই-ৰিক্সা চাৰ্জিঙত ল’ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ

নিউজ ডেস্ক, ২৫ আগষ্টঃ ৰাজ্যৰ ই-ৰিক্সা চালকৰ ওপৰত মাধমাৰ। এতিয়াৰে পৰা ই-ৰিক্সা চাৰ্জিঙৰ ক্ষেত্ৰত ল'ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। ইতিমধ্যে APDCL-এ জাৰি কৰিছে এই নতুন নিৰ্দেশনা। LT- ইলেকট্ৰিক ভেহিকেল চাৰ্জিঙৰ বাবে আবেদন কৰিব লাগিব গ্ৰাহকে।
Read More...