আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান
নিউজ ডেস্ক, ২৫ মে'- আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান।বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব এই অনুষ্ঠান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। স্বাস্থ্য, শিক্ষা, কৃষি, ক্ৰীড়া!-->…
Read More...
Read More...