Daily Time Axom
Browsing Tag

APSC

আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা, ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ আজি অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ ৩১টা পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজত মুঠ ৯১৩ টা পদৰ বাবে APSC পৰীক্ষা অনুষ্ঠিত কৰা হয়।
Read More...

APSC কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ APSCৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন মঞ্জুৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন৷ APSC কেলেংকাৰীৰ অভিযোগত ২০১৭ত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল৷ ভঙাগড় থানাৰ গোচৰত লাভ কৰে জামিন ৷৬ বছৰ ৪ মাহৰ পিছত আহিব মুকলি আকাশৰ
Read More...

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য

নিউজ ডেস্ক, ২২ অক্টোবৰঃ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য। শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে অসম লোক
Read More...

নাজিৰালৈ অসম লোক সেৱা আয়োগ পৰীক্ষাত সুনাম কঢ়িয়াই আনিলে ৰিৰ্ছাদ বাইলুঙে

নিউজ ডেস্ক, ২২ অক্টোবৰঃ শুকুৰবাৰে ঘোষিত অসম লোক সেৱা আয়োগ পৰীক্ষাত নাজিৰালৈ সুনাম কঢ়িয়াই আনিলে ৰিৰ্ছাদ বাইলুঙে। নাজিৰাৰ ৯নং ৱাৰ্ডৰ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণ বাইলুং আৰু সোণাৰি বুনিয়াদী প্ৰশিক্ষণ
Read More...

নামখলালৈ গৌৰৱ! APSC-ত গৌৰৱ কঢ়িয়াই আনিলে ডিম্পি বৰুৱাই

নিউজ ডেস্ক, ২২ অক্টোবৰ: দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাঁও বাহমোলা ৷ অতি পিছপৰা তথা অনগ্ৰসৰতা গাঁওখনত নাথাকে মোবাইলৰ নেট ৷ বাহমোল্লা গাঁৱত যেন গাঁওবাসীৰ বিশেষ দিপাৱলী উদযাপন ৷শুকুৰবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ অন্তৰ্গত অসম আৰক্ষী
Read More...

ভাষা বিষয়ক পৰীক্ষা অবিহনে APSCক ফলাফল ঘোষণাৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ ভাষা বিষয়ক পৰীক্ষা অবিহনে ফলাফল ঘোষণাৰ বাবে APSCক অনুমতি। ৰাজ্য চৰকাৰৰ ভাষা প্ৰত্যাহাৰৰ কেবিনেটৰ সিদ্ধান্তক বৈধতা প্ৰদান। এতিয়াৰে পৰা APSCত নাথাকিব অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।APSCত অসমীয়া ভাষাৰ বাধ্যতামূলক
Read More...