Daily Time Axom
Browsing Tag

Arunachal Pradesh

পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ২১ অক্টোবৰঃ পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। আপাৰ চিয়াঙৰ ছিংগিং গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন। টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত পাইলট আৰু সহপাইলটৰ নাই কোনো সন্ধান।
Read More...

অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত এজন পাইলট

নিউজ ডেস্ক, ৫ অক্টোবৰঃ অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এটা ফৰৱাৰ্ড এলেকাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখ্য যে চিতা হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। য'ত দুজন
Read More...

অৰুনাচল প্ৰদেশৰ টিপ্পীত ভয়ঙ্কৰ ভূমিস্খলন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অৰুণাচলৰ টিপ্পীৰ ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত
Read More...

অৱশেষত অৰুণাচলত মৃত্যু হোৱা শ্ৰমিক দম্পতিৰ মৃতদেহ পালেহি নিজ বাসগৃহত

নিউজ ডেস্ক,৭ ছেপ্তেম্বৰ: অৰুণাচল চৰকাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ মৃতদেহ পঠিয়াই দিয়াত ক্ষোভিত পৰিয়ালৰ তথা দল-সংগঠনৰ। মৃত পৰিয়ালটোৰ ঘৰত জিলাৰ শীৰ্ষ বিষয়া উপস্থিত নোহোৱালৈকে মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত পৰিয়ালৰ।এই ঘটনা চিৰাং জিলাৰ
Read More...