Daily Time Axom
Browsing Tag

Assam News

হাৰ্ট এটেকৰ এমাহ আগতে দেখা দিয়া ১২টা লক্ষণ

বিশ্বজুৰি হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি হৃদৰোগ হৈছে মৃত্যুৰ প্ৰধান কাৰণ, প্ৰতি বছৰে প্ৰায় ১ কোটি ৭৯ লাখ লোক আক্ৰান্ত হয়। প্ৰতি ৫ জনৰ ভিতৰত কমেও ৪ জনৰ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ ফলত
Read More...

চিআইডি কাৰ্যালয়ত আত্মসমৰ্পণৰ পাছতেই দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ গ্রেপ্তাৰ হ’ল দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা। চিআইডিয়ে গ্রেপ্তাৰ কৰে দণ্ডাধীশগৰাকীক। বৃহস্পতিবাৰে চিআইডি কাৰ্যালয়ত আত্মসমৰ্পণৰ পাছতেই দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক গ্ৰেপ্তাৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুলাত সংঘটিত
Read More...

অত্যধিক ব্যায়াম কৰিলে বৃদ্ধি পায় মৃত্যুৰ আশংকা, চাওক কিমান সময় ব্যায়াম কৰিব লাগে!

বিশেষজ্ঞসকলে কয় যে, সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰিব লাগিব। । ফিটনেছৰ শিখৰত উপনীত হ’ব, ষ্টেমিনা বৃদ্ধি পাব। সেয়ে স্বাস্থ্য সচেতন লোকে উদ্যান বা জিমলৈ ভিৰ কৰে। ঘণ্টাৰ পিছত ঘণ্টা ঘাম ওলোৱাই। কিন্তু কিমান ঘণ্টা? আচলতে ব্যায়ামৰ এটা সীমা আছে।
Read More...

‘WIFE’ শব্দটোৰ ‘শুদ্ধ’ অৰ্থ জানেনে?

'WIFE' শব্দটোৰ 'শুদ্ধ' অৰ্থ জানেনে? ইয়াৰ আক্ষৰিক অৰ্থ এইটো নহয় যে আপুনি যি ভাবে! 'WIFE' কি? যদি আপোনাক পত্নীৰ শুদ্ধ সংজ্ঞা সোধা হয় তেন্তে আপোনাৰ উত্তৰ কি হ’ব? কিন্তু আপোনালোকৰ বহুতেই এই শব্দটোৰ সঠিক সংজ্ঞা নাজানে। পত্নী ইংৰাজী শব্দ,
Read More...

শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ আজি ৫৫৩তম জন্ম জয়ন্তী

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ
Read More...

লখিমপুৰত চৰকাৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ কাছডোবাত দুৰ্বিষহ জীৱন মন্ত্ৰী-সাংসদৰ…

লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা
Read More...

সৰুপথাৰ শাখা সাহিত্য সভাৰ আয়োজনত “মহীৰূহ” নামেৰে গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ আজি সৰুপথাৰ শাখা সাহিত্য সভাই আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া। সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য্য গগৈয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে,
Read More...

বৈদ্যুতিক আলোকসজ্জাৰে আলোকিত বৰক্ষেত্ৰীৰ এখন বিদ্যালয়

নিউজ ডেস্ক, ১৩ আগষ্ট: বৰক্ষেত্ৰীৰ জয়সাগৰৰ শংকৰ মাধৱ হাইস্কুলত প্ৰভাত ফেৰী অনুষ্ঠান সম্পন্ন কৰা হৈছে।নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত আজি পুৱা দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী
Read More...

ভয়লগা ঘটনাবোৰ মনলৈ বেছিকৈ কিয় আহে?

বহুত ভাল বা বেয়া ধেমেলীয়া স্মৃতি, ভয়ৰ স্মৃতি, মনৰ গহনত কিছুমান কথা ৰৈ থাকে। কিন্তু ভয়ৰ স্মৃতিয়ে মনত অলপ কঁপনি তোলে । বাৰে বাৰে, মনত ৰাখিব নিবিচৰা ভয়ৰ সেই স্মৃতিবোৰ ঘূৰি আহে বাৰে বাৰে । কিন্তু কিয়?  বিজ্ঞানীসকলে কয় যে গৱেষণা আৰু
Read More...