Daily Time Axom
Browsing Tag

assam news today

দিন হ’লে আদালতৰ ন্যায়াধীশ, ৰাতি অভিনয় কৰে পৰ্ণ চিনেমাত

কিমানজনে অলপ অতিৰিক্ত উপাৰ্জনৰ বাবে একো কৰিব নালাগে। দুয়োবিধ কামৰ মাজত সাদৃশ্য নাথাকিবও পাৰে। সেয়ে এনে ঠাইলৈ যি পাৰ্থক্য পাব পাৰে - হয়তো কোনেও কল্পনাও কৰা নাই। শেহতীয়াকৈ আমেৰিকাত এজন ব্যক্তিয়ে এনে কাৰ্য সংঘটিত কৰিছে। নাম
Read More...

ৰাজ্যত ভাৰত গৌৰৱ ৰে’লৰ সূচনা

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটক সকলক আকৰ্ষণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে'লৱে আই আৰ চি টি ছিৰ সহযোগত ভাৰত গৌৰৱ ৰে'লৰ সূচনা কৰিছে। ৰঙিয়া মাণ্ডলিক ৰেলৱে প্ৰৱন্ধকৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে আই আৰ চি টি ছিৰ আঞ্চলিক
Read More...

লামডিং নখুটি বজাৰৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী

যুৱতী গৰাকী নাম তছলিমা বেগম।উল্লেখযোগ্য যে যোৱা প্ৰায় ২০/২৫ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকী।ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে নখুটি আৰক্ষী পহৰা চকীত এখন জাননী দিয়ে।পৰিয়ালৰ লোকে যোৱা কিছুদিনৰ পৰা নিজৰ আত্মীয় সকলৰ ঘৰত বিচাৰি নাপাই
Read More...

বহিঃ ৰাজ্যত সন্ধানহীন ছিপাঝাৰৰ যুৱক

আজি চাৰি দিনে সন্ধান নাই দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত এজন ৩১ বছৰীয়া যুৱকৰ ।ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া গাওঁ পঞ্চায়তৰ এলেকাৰ পদ্মাঝৰ গাঁৱৰ বিপিন কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাৰ আজি প্ৰায় চাৰি দিন ধৰি সন্ধানহীন হৈ আছে।
Read More...

চীন হেঁচা দিয়াৰ নতুন কৌশল ভাৰতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তিব্বতৰ ধৰ্মীয় নেতা দালাই লামাৰ শীঘ্ৰেই অৰুণাচল প্ৰদেশ ভ্ৰমণ। অৱশ্যে, একেলগে নহয়, বেলেগ বেলেগ সময়ত তালৈ যাব বুলি জনা গৈছে। জানিব পৰা মতে এই ভ্ৰমণ চীনক হেঁচাত ৰাখিবলৈ কৰিব। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং
Read More...

প্ৰধানমন্ত্ৰী হৈয়েই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ফোন ঋষি সুনাকৰ

প্ৰধানমন্ত্ৰী হৈয়েই ঋষি সুনাকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ব্ৰিটেইনৰ ফোন কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছে। তেওঁ আশ্বাস দিয়ে যে যুদ্ধৰ পৰিস্থিতিত ব্ৰিটেইনে ইউক্ৰেইনৰ কাষত থিয় দিব। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা
Read More...

জুৰীয়াৰ শিঙাৰী নয়াবস্তী প্ৰাথমিক বিদ্যালয়ত বৃত্তি পৰীক্ষাৰ চেক প্ৰদান অনুষ্ঠান

আজি শিঙাৰীস্থিত নয়াবস্তী প্ৰাথমিক বিদ্যালয়ত বৃত্তি পৰীক্ষাৰ ২০১৬/১৭ বৰ্ষৰ নয়াবস্তী প্ৰাথমিক বিদ্যালয়ত পঞ্চম মান শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ চেক সমূহ বিতৰণ কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইছমাইল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত
Read More...

বিদ্যালয় নহয় যেন সুৰাৰ গুদামহে,ৰান্ধনী ঘৰত উলাইছে কাৰ্টুনে কাৰ্টুনে সুৰা

এখন প্ৰাথমিক বিদ্যালয়ৰ এটা পাকঘৰৰ পৰা উদ্ধাৰ হৈছে অবৈধ সুৰাৰ কাৰ্টুন। বিহাৰৰ সুৰা নিষিদ্ধ সীমান্ত অঞ্চলৰ এখন বিদ্যালয়ত অবৈধ সুৰা উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলজুৰি ।  সীমান্তৰ ওচৰৰ মোহন বান্সডিলা গাঁৱৰ এখন প্ৰাথমিক
Read More...

চোৰে নিজেই আৰক্ষীক কল কৰি মাতিলে, কিয়

চুৰি কৰি থাকোতেই ৰাতিপুৱাল সেই কথা গম পোৱা নাছিল। ঘৰৰ ঘিতৰত নিজ কৰ্ম কৰি থাকোতেই বাহিৰত পোহৰ হ'ল! ৰাজপথত মানুহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। চুৰি সামগ্ৰী লৈ ওলাই গ’লে মানুহে মাৰ-ধৰ কৰাটো নিশ্চিত। সেই কথা ভাবি চোৰে আৰক্ষীক ৯৯৯ নম্বৰত ফোন
Read More...

হাতীঘূলিৰ নাপিত লাচিতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত ক্ৰীড়াত জিনিলে ৰূপৰ পদক

শিৱসাগৰ জিলাৰ হাতীঘূলিৰ লাচিত ফুকন নামৰ যুৱকজনে মহাৰাষ্টৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াত শক্তি উত্তোলনতএটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। হাতীঘৃলিৰ প্ৰগতি তিনিআলিত চেলুন ব্যৱসায়েৰে
Read More...