Daily Time Axom
Browsing Tag

Assam Police

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানেও সন্ধান নাই কণিকাৰ
Read More...

স্বাধীনতা দিৱস উপলক্ষে অসমৰ কেইবাগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ বঁটা

নিউজ ডেস্ক, ১৪ আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ ৮জন বিষয়া-কনিষ্টবললৈ সাহসিকতাৰ বঁটা। ৮গৰাকী বিষয়া-কনিষ্টবললৈ আৰক্ষীৰ সাহসিকতা বঁটা কেন্দ্ৰীয় চৰকাৰৰ। DSP প্ৰকাশ মেধি, Addl.SP প্ৰকাশ সোণোৱাললৈ এই বঁটা। SI লাটুক দাস, ৰিতুজ্যোতি নাথ,
Read More...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ বিশেষ সন্মান

নিউজ ডেস্ক, ১২ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান। এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ ৪ গৰাকীকৈ আৰক্ষী বিষয়াই। অসম আৰক্ষীৰ ৪ বিষয়ালৈ
Read More...

খানাপাৰাৰ পেৰেড গ্ৰাউণ্ডত অসুস্থ হৈ মৃত্যুক সাৱটিলে এজন কনিষ্টবলে

নিউজ ডেস্ক, ১২ আগষ্টঃ খানাপাৰা পেৰেড গ্ৰাউণ্ডত এক অঘটন। স্বাধীনতা দিৱসৰ বাবে আৰক্ষীৰ পেৰেড অনুশীলন চলি থকাৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু। কনিষ্টবলজন লখিমপুৰৰ কুকিল দত্ত। কুকিল দত্ত APROৰ কনিষ্টবল আছিল। তেওঁ ২০১৭ Batchত অসম আৰক্ষীত
Read More...

মহানগৰীৰ খানাপাৰাত মাজুলীৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১১ আগষ্টঃ মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এটা মৃতদেহ। প্ৰথমে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে। মৃতদেহটো মাজুলীৰ প্ৰণৱ মিলিৰ বুলি চিনাক্ত কৰা হৈছে৷ টেট শিক্ষকৰূপে কৰ্মৰত প্ৰণৱ মিলিক
Read More...

তিনিচুকীয়াত উজনিৰ ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বৈঠক

নিউজ ডেস্ক, ৯ আগষ্টঃ আজি তিনিচুকীয়াত অনুষ্ঠিত হ'ব DGPৰ এক বিশেষ বৈঠক। উজনিৰ ৫খন জিলাৰ SPসকলৰ সৈতে বৈঠকত বহিব DGP জি পি সিং।ইয়াৰোপৰি আৰক্ষী অধীক্ষক জি পি সিঙে স্বাধীনতা দিৱস উপলক্ষে আইন-শৃংখলাৰ লগতে উগ্রপন্থীৰ কাৰ্যকলাপ সন্দৰ্ভত জিলা আৰক্ষী
Read More...

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু

নিউজ ডেস্ক, ১১ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু। ১১ মেত শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধী হিফজুৰ ৰহমান। আৰক্ষীয়ে গোপন সুত্ৰৰ খবৰৰ‌ ভিত্তিত সোমবাৰে নিশা অসম
Read More...

কিশোৰীক উলংগ কৰি ফটো উঠোৱা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক বৰ্খাস্ত

নিউজ ডেস্ক, ৩০ জুনঃ অৱশেষত ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক বৰ্খাস্ত। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে দিলে বৰ্খাস্তৰ নিৰ্দেশ। বৃহস্পতিবাৰে বিমান ৰয়ক পলাতক ঘোষণা কৰিছিল অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে এই কথা জনায়।
Read More...

গুৱাহাটী আৰু হাজোৰ পৰা প্ৰায় ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ

নিউজ ডেস্ক, ২৫ জুনঃ গুৱাহাটী আৰু হাজোৰ পৰা প্ৰায় ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান। এক গোপন সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ এটা ড্ৰাগছ
Read More...

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ, নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি

নিউজ ডেস্ক, ২০ মে'- জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CID ৰ পৰা CBIক অৰ্পণ। CBIক তদন্ত দিবলৈ অনুৰোধ জনাইছিল আৰক্ষী সঞ্চালকপ্ৰধানে। লগতে পৰিয়ালে বিচাৰিলে CBI তদন্তৰ দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি নগাঁও আৰু লখিমপুৰৰ
Read More...