মৰ্মান্তিক! জন্মদিন উদযাপনৰ বাবে পিতৃৰ লগত বজাৰ কৰিবলৈ হোৱা কনমানিৰ নিঠৰ দেহ উদ্ধাৰ হ’ল পথাৰত
নিউজ ডেস্ক, ৯ মাৰ্চঃ জন্মদিনৰ দিনটোতে উদ্ধাৰ পিতৃৰ সৈতে যোৱা এবছৰীয়া কণমানিৰ মৃতদেহ। এতিয়াও সন্ধান নাই শিশুটিৰ পিতৃ শচীন বৰদলৈৰ। শিশুটিৰ মৃতদেহৰ কাষতে পোৱা গৈছে পিতৃৰ চাইকেল। গহপুৰৰ সোণালীবড়িত এই চাঞ্চল্যকৰ ঘটনা। পথাৰখনত পুৱাই গৰু দিবলৈ!-->…
Read More...
Read More...