Daily Time Axom
Browsing Tag

Assam

লাডাখৰ মানচিত্ৰত নতুন পাঁচখন জিলাৰ নাম ঘোষণা কেন্দ্ৰৰ

কেন্দ্ৰই সলনি কৰিছে লাডাখৰ মানচিত্ৰ। আজি ঘোষণা কৰা হয় পাঁচখন নতুন জিলাৰ নাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ঘোষণা কৰে লাডাখৰ ৫খন নতুন জিলাৰ নাম। এই পাঁচখন জিলা হ’ল, জাংস্কাৰ, দ্ৰাছ, ছাম, নুব্ৰা আৰু চাংথাং। ছ’চিয়েল
Read More...

চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ

দেওবাৰে চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিয়ে শপত গ্ৰহণ কৰে।এই শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰস্থিত সতী সাধিনী ভৱনত অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে আজিৰ অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়।ইয়াৰ পিছতে বৃক্ষৰোপণ,সতী সাধিনী
Read More...

জাহ্নবীক উৰ্ফিৰ লগত তুলনা

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল অভিনেত্ৰী জাহ্নবী কাপুৰ। প্ৰেমিক শিখৰ পাহাৰিয়াৰ সৈতে সংগীতৰ ছন্দত নৃত্য কৰাও দেখা গৈছিল। জাহ্নবী তাৰপৰা পুনৰ নিজৰ কামলৈ ঘূৰি আহিছে। কিন্তু…
Read More...

আলু খালে ওজন কমে কেনেকৈ!! পুষ্টিবিদসকলে কি পৰামৰ্শ দিয়ে

কল্পনা কৰকচোন, শাক-পাচলিৰ জগতৰ পৰা আলু নোহোৱা হৈ গ’লে কি হ'ব ? সুস্বাদু আৰু বহুমুখী আলু অন্যতম প্ৰিয় শাক। কিন্তু কিছুদিন আগলৈকে সকলোৱে ভাবিছিল যে ওজন কমাব পৰা খাদ্যত আলুক ৰাখিব নোৱাৰি বা আলু খাব নোৱাৰি। তদুপৰি আলুত বেয়া কাৰ্বহাইড্ৰেট…
Read More...

প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ বিশ্ব সৰ্প দিৱস উদযাপন

'সাপ আমাৰ বন্ধু, শত্ৰু নহয়' শীৰ্ষক বিষয়বস্তু লৈ অসমৰ অগ্ৰণী অনুষ্ঠান প্ৰকৃতিপ্ৰেমী মঞ্চই দিনযোৰা কাৰ্যসূচীৰে বিশ্ব সৰ্প দিৱস উদযাপন কৰে ৷ সৰ্প সংৰক্ষণ আৰু সৰ্প দংশনৰ সজাগতা হেতু মঞ্চই পুৱা ভাগত বঘৰা এজাৰবাৰী দমাল আদি বিস্তৃত অঞ্চলত এক ৰেলী…
Read More...

কেজৰিৱালৰ স্বাস্থ্যক লৈ চিন্তিত আপ, বিজেপিক চোকা কটুক্তি আপৰ

পুনৰ কেজৰিৱালৰ সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা আপৰ। দিল্লীৰ মন্ত্ৰী আতিশীয়ে এপৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে। তেওঁ কয় যে বিজেপি চৰকাৰে কেজৰিৱালৰ জীৱনৰ লগত খেলা কৰি আছে। ইয়াক তৎক্ষণাত বন্ধ কৰাৰ প্ৰয়োজন। তিহাৰ জেলত কেজৰিৱালৰ সঠিক…
Read More...

জুৰীয়াৰ শিঙাৰীত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান

জুৰীয়াৰ শিঙাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ শিঙাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি…
Read More...

এন ই ফ’কাচৰ উদ্যোগত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত

স্বাস্থ্য সুস্থতা বাবে জীৱনশৈলীৰ লগতে মানসিক স্বাস্থ্য উন্নত মানৰ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যোগ বা ব্যায়ামে শৰীৰৰ সন্তুলন বৰ্তাই ৰখা যথেষ্ট সহায় কৰে। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডক্তৰ উবেদুল…
Read More...

নিলম্বিত আপৰ কৰ্মীয়ে ৰাজ্যিক পৰিষদ গঠন কৰিব নোৱাৰে

অকৰ্তৃত্বশীল লোকে আপৰ প্ৰতীক ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপে আপৰ পৰা নিলম্বন ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো, নাৰায়ণ দত্ত ভূঞাক "অসমত আম আদমী পাৰ্টিৰ দলীয় ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যখনত দলৰ সকলো কমিটি…
Read More...

উত্তৰ গুৱাহাটীৰ মথাউৰিৰ খহনীয়াই নমাইছে আতংক

ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে বান নিয়ন্ত্ৰণ তথা জলসম্পদ বিভাগ । বিভাগটোৰ কামৰ নমুনা দেখিলে তবধ মানিব আপুনি । ব্ৰহ্মপুত্ৰৰ বুকুত বালিৰ মথাউৰি সাজি বান প্ৰতিৰোধৰ চেষ্টা জল সম্পদ বিভাগৰ । ২১ কোটি টকা ব্যয়ৰে উত্তৰ গুৱাহাটী ৰংমহলত সাজি…
Read More...