Daily Time Axom
Browsing Tag

Assam

ইডিয়ে পুনৰ ধন সৰবৰাহৰ গোচৰত জেকলিনক চমন, সুকেশ চন্দ্ৰশেখৰৰ গোচৰত নতুন টুইষ্ট

জটিল তথ্য পৰিছে ইডিৰ হাতত। সেই সূত্ৰৰ ভিত্তিত ইডিয়ে পুনৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ ফোন বাৰ্তা প্ৰেৰণ কৰিছে। ২০২৪ চনৰ ১০ জুলাইত দ্বিতীয়বাৰৰ বাবে সুকেশ চন্দ্ৰশেখৰ গোচৰৰ ইডিৰ চমন অভিনেত্ৰীগৰাকীৰ হাতত পৰে। দৰাচলতে ‘ৰেচ ৩’ৰ…
Read More...

ত্ৰিপুৰাত এইডছত আক্ৰান্ত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী

ত্ৰিপুৰাত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইচ আই ভি পজিটিভ। ড্ৰাগছৰ বেজী লৈ এইডছ ৰোগত আক্ৰান্ত স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী। ইয়াৰে কমেও ৪৭ জনে প্ৰাণ হেৰুৱাইছে। ত্ৰিপুৰাৰ ২২০খন বিদ্যালয় আৰু ৪৭খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সমগ্ৰ দেশতে এইচ আই…
Read More...

চাৰি দশকৰ অন্তত অষ্ট্ৰিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী ভিয়েনাত গাৰ্ড অৱ অনাৰেৰে সন্মানিত

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে সংসদত বহি প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰে। পুটিনৰ সৈতে সাক্ষাৎ-ৰাতিৰ আহাৰ-সভাৰ অন্তত প্ৰায় চাৰি দশকৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়ালৈ যায়। ১৯৮৩ চনৰ কথা, ভাৰতৰ প্ৰাক্তন…
Read More...

বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ

আছে নল নাই জল! নলবাৰী জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ! নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ীস্থিত পানী যোগান আঁচনি বেছিভাগ সময় বিকল হৈ থকাৰ ফলত জীয়াতু ভুগিছে স্থানীয়…
Read More...

চাপৰ আৰক্ষীৰ পূৰ্ণ সহযোগিতাত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

ৰাজ্যত বান পৰিস্থিতিত সামান্য উন্নত হ'বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰৰ বিভিন্ন অঞ্চল। বানত ককবকাই আছে বন্যাৰ্ত, দুখ দুৰ্দশা কমা নাই বন্যাৰ্তৰ। দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাটৰ লগতে…
Read More...

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক

কামৰূপ (ম)জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয় । মহকুমা দণ্ডাধীশ কংকন শৰ্মা , মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুব বৰা ,…
Read More...

২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ

তামিলনাডুৰ আইডল উইং চিআইডিয়ে ২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ কৰাৰ লগতে ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে মূৰ্তিসমূহ পোৱা বুলি দাবী কৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। শনিবাৰে থাঞ্জাভুৰৰ পেৰিয়াৰ সমথুৱপুৰম বাছ ষ্টপত এখন গাড়ী আটক…
Read More...

শিৱসাগৰৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত মুকলি হ’ল ঐক্যৰ সত্ৰীয়া সংগীত…

শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁতধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু…
Read More...

আজি ৰাছিয়ালৈ ৰাওনা হ’ল মোডী

ৰাছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পাঁচ বছৰৰ মূৰত তেওঁ সেই দেশলৈ পুনৰ গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব মোডীয়ে। ৰাতি তেওঁৰ লগত ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। মোডীয়ে ৰাছিয়াৰ পৰা পোনেই অষ্ট্ৰিয়া…
Read More...

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়ে। সেইটো কেনেকৈ কৰিব?…
Read More...