Daily Time Axom
Browsing Tag

Assam

৮১খন আসনৰ বিধানসভাৰ ৪৫ গৰাকী বিধায়কৰ হেমন্তৰ ওপৰত আছে আস্থা

ভূমি কেলেংকাৰীৰ দুৰ্নীতিৰ গোচৰত জেলত ভৰ্তি হৈছিল। জেলৰ পৰা উভতি অহাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰসকলে বিশ্বাস কৰা হেমন্তই ৪ জুলাইত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শপত লোৱাৰ পিছতো হেমন্তই ট্ৰাষ্ট ভোটৰ সন্মুখীন হ’বলগীয়া হৈছে। যোৱা…
Read More...

উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰিলে NEET প্ৰশ্ন ফাদিল

NEET প্ৰশ্ন ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ অভিযোগে সমগ্ৰ দেশ অস্থিৰ কৰি তুলিছে। ইফালে, সোমবাৰে দেশৰ শীর্ষ আদালতে স্বীকাৰ কৰে যে নেট প্রৱেশ পৰীক্ষাত প্রশ্ন ফাদিল হৈছে৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে প্ৰশ্নটো ফাদিল হৈছে, ইয়াত কোনো সন্দেহ নাই।…
Read More...

অসমৰ ১১ যুৱকৰ ১৮ হাজাৰ ৫০০ ফুট উচ্চতাত অৱস্থিত শ্ৰীখণ্ড কৈলাস যাত্ৰা সমাপ্ত

অসমৰ পৰা Trekker of Assam নামৰ দলটোৱে শ্ৰীখণ্ড মহাদেৱ কৈলাসত অসমৰ আবেগ অসমীয়া গামোচা হাতত লৈ জয় আই অসম ধ্বনিৰ দিয়া পৰিলক্ষিত হয়। সহনশীলতা আৰু দলীয় কাম কাজৰ এক উল্লেখযোগ্য কৃতিত্বৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এঘাৰজনীয়া দুঃসাহসিক দলে এই…
Read More...

কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি ষষ্ঠটো দিন

সামকাটিছে বান পৰিস্থিতি। সংহাৰী বানে তচনচ কৰিলে ৩২খনকৈ গাঁও।এতিয়াও শিৱিৰতে দিন পাৰ কৰিবলগা হৈছে বন্যাৰ্তই। বানৰ এই সময়ছোৱাত প্ৰায়েই দেখা দিয়ে জ্বৰ¸চৰ্দী¸কাঁহ¸ডায়েৰীয়াকে ধৰি অনান্য বেমাৰ। বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ…
Read More...

উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত…

বানপানীৰ বাবেহে বিদ্যুত সেৱা অনিমীয়া হয় । বানপানী শেষ হ'লেই বিদ্যুত সেৱা নিয়মিয়া হ'ব। এই মন্তব্য শক্তি আৰু সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ । উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিলৈ পাঁচ বিঘা ভূমি আৱন্টনৰ ঘোষণা সমবায় মন্ত্ৰী…
Read More...

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে

বৃহস্পতিবাৰে পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদলৈ উভতি আহে হেমন্ত ছ’ৰেনে। আজি বিয়লি ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলৰ মুৰব্বী ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শেহতীয়াকৈ পাঁচ মাহ কাৰাগাৰত কটোৱা হেমন্ত ছ’ৰেনক মুকলি কৰি দিয়া হৈছে।…
Read More...

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰৰ

বিগত দুদিনে বান কিছু পৰিমানে হ্ৰাস পাইছে যদিও এই ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে গৃহহীন কৰিছে বহু লোকক। ব্ৰহ্মপুত্ৰৰ বানে ক্ষতিসাধন কৰি পানীৰে ডুবাইছে বিভিন্ন বিদ্যালয়, অংগনবাদী কেন্দ্ৰকে আদি কৰি নদী কাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ লোকৰ ঘৰ-বাৰী।…
Read More...

বৰপেটাবাসীৰ দীৰ্ঘদিনীয়া আশা পূৰণৰ পথত

যোগিঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁওলৈ নতুন ৰে'ল লাইন স্থাপনৰ দাবীৰে ৰে'লমন্ত্ৰীক স্মাৰকপত্ৰ অগপৰ দুই সাংসদৰ। অসম গণ পৰিষদৰ লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী…
Read More...

কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনিৰ ওপৰত কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাৰ…

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি "অমৃত সৰোবৰ" ৰূপায়নৰ ওপৰত আজি কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে ৷ নগাঁও জিলাৰ বিভিন্ন উন্নয়ণ খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনি তুলনামূলকভাৱে…
Read More...

নাজিৰা,শিমলুগুৰি আৰু চূণপোৰাৰ বিভিন্ন স্থানত দিখৌ নদীৰ বানত শ শ পৰিয়াল আক্ৰান্ত

দিখৌ নৈৰ প্ৰবল বানপানীৰ ফলত নাজিৰা, শিমলুগুৰিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়াল আক্ৰান্ত হৈছে | ওপৰ নাজিৰা, দিখৌ পৰীয়া, তেতেলিগুৰি, লুঠুৰী গাঁও, লিকছন গাঁও, বালি গাঁও, মিছিং গাঁও, বাইলুং গাঁও, বগৰীগুৰি আদি অঞ্চলত প্ৰবল বানত হাজাৰ হাজাৰ লোক…
Read More...