Daily Time Axom
Browsing Tag

Assam

লখিমপুৰ আৰু মাজুলী দুয়োখন জিলাকে সুৰক্ষিত কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীৰ

আজি অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই বগীবিল দলঙৰ পৰা মাতমৰা (ঢকুৱাখনা)লৈ, বিশেষকৈ বান্দানাৰ পৰা বাঘচুকলৈকে প্ৰসাৰিত ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰি আৰু গঢ়াখহনীয়া পৰিদৰ্শন কৰে ৷ তেখেতে খহনীয়া প্ৰতিৰোধী কাৰ্যৰ বাবে ৯০ কোটি টকা ব্যয়সাপেক্ষ…
Read More...

বৰাকৰ বিকল্প পথৰ বাবে গাডকাৰীক পৰামৰ্শ সাংসদ সুস্মিতা দেৱৰ

শিলচৰ পিএন চি ৪জুলাই -বৰাক উপত্যকাৰ লগতে দেশৰ বাকী অংশৰ যোগাযোগ ৰক্ষা কৰাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ সাংসদ সুস্মিতা দেৱে বুধবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক লগ ধৰে। তৃণমূল কংগ্ৰেছৰ…
Read More...

বেংগালুৰুত সন্ধানহীন বিলাসীপাৰাৰ যুৱক

দুমাহ অতিক্ৰম হ'ল সন্ধান নাই বিলাসীপাৰাৰ যুৱক ভোলা হালদাৰ। ঘটনা বিৱৰণী মতে বিলাসীপাৰা চহৰৰ ১১ নং ৱাৰ্ডৰ নিমাই হালদাৰ আৰু কনকলতা হালদাৰ পুত্ৰ ৪৪ বছৰীয়া ভোলা হালদাৰক শিমল পাল নামৰ যুৱকজনৰ লগত কৰ্মসূত্ৰে বেংগালুৰুত লৈ যায়। য়োৱাৰ পিছত…
Read More...

মায়ঙৰ পবিতৰা অভয়াৰণ্য পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

আজি পবিতৰা অভয়াৰণ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে পবিতৰা অভয়াৰণ্যত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল।পবিতৰা বান পৰিস্থিতিৰ বুজ লৈ সভাপতি উৎপল শৰ্মাই কয় যে অসমত ইতিমধ্যে ৩৮ গৰাকী লোকৰ বানত মৃত্যু হৈছে ৷ বানপানীত মৃত্যুৰ…
Read More...

প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ আছা’ৰ

জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি অবিহনে ক্ষান্ত নহয় আছা। আদিবাসী সকলৰ ন্যায়ৰ বাবে অবিৰতভাৱে চলাই যাব সংগ্ৰাম, আন্দোলন। আজি ২ জুলাই,সদৌ অসম আদিৱাসী ছাত্র সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ ২৮ সংখ্যাক প্রতিষ্ঠা…
Read More...

কোকৰাডাঙা ঘাট এলেকাত ১৫টা গৰু উদ্ধাৰ

আজি ইংৰাজী ০২/০৭/২০২৪ তাৰিখে পুৱা প্ৰায় ০৩:৩০ বজাত কোকৰাডাঙা ঘাট এলেকাত গৰু সৰবৰাহ সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ ভিত্তিত আই চি খাৰুৱাবন্দা অ’ পি আৰু তেওঁৰ আৰক্ষীৰ দলটোৱে স্থানলৈ আগবাঢ়িল। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশলৈ গৰু সৰবৰাহ…
Read More...

ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ…

ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। এই কাশ্মীৰী নেতাগৰাকীয়ে ২০১৯ চনৰ পৰা ‘টেৰ’ৰ ফাণ্ডিং’ৰ অভিযোগত কাৰাগাৰত বন্দী হৈ আছে। শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা…
Read More...

কঁকালৰ বিষ কমাবৰ বাবে নিয়মিত খোজ কাঢ়ক

মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে সপ্তাহত পাঁচবাৰ আধা ঘণ্টাকৈ খোজ কাঢ়িলে আৰু ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ অনুসৰি খোজ কাঢ়িলে কঁকালৰ বিষ ভাল হোৱাৰ সময় প্ৰায় দুগুণ বৃদ্ধি পায়। অৰ্থাৎ নিয়মীয়া খোজ কঢ়া লোকসকলে…
Read More...

প্ৰভাসৰ নামত দিশাৰ টেটু,ৰণবীৰক লৈ আপ্লুত প্ৰশিক্ষক শিৱম

দিশা পাটানি আৰু প্ৰভাসৰ সম্পৰ্কৰ চৰ্চা অব্যাহত আছে বলীউডৰ ভিতৰ চ'ৰাত । জল্পনা-কল্পনা চলি আছে বহুতৰ মনত । কিন্তু এই বিষয়ত এতিয়ালৈকে দুই তাৰকাৰ কোনো এজনেও মুখ মেলিব পৰা নাই। কিন্তু দিশাৰ টেটুৱে এই জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। পাপাৰাজীৰ…
Read More...

জলপ্ৰপাতে উটুৱাই নিলে ৫ জন লোকক, পুনেত পৰ্যটকৰ বাবে গাইডলাইন জাৰি

ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতিত প্ৰশাসনৰ গা লৰচৰ হ'ল । পুনেৰ সমীপত জলপ্ৰপাতে উটুৱাই লৈ যায় এগৰাকী মহিলা আৰু ৪টা শিশু। লোনাভলাৰ ভূষী বান্ধত সংঘটিত হোৱা কৰুণ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই বাৰিষাত পৰ্যটকৰ বাবে ধাৰাবাহিক সতৰ্কবাণী জাৰি কৰিছে।…
Read More...