Daily Time Axom
Browsing Tag

Assam

সংসদৰ অভিলেখৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ বিতৰ্কিত হিন্দু মন্তব্য

সংসদৰ অভিলেখৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ বিতৰ্কিত হিন্দু মন্তব্য, বিৰোধী দলৰ নেতা হিচাপে প্ৰথম ভাষণত ৰাহুলে কয় যে বিজেপিয়ে হিন্দু নহয়, হিংসা আৰু ঘৃণা বিয়পাইছে। এই মন্তব্যক লৈ লোকসভা গৰম হৈ পৰে। মঙলবাৰে অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ…
Read More...

নাজিৰাত দিখৌ নৈৰ কালৰূপ ধাৰণ

ভয়ংকৰ বাঢ়নি পানী | দিখৌৰ পানীয়ে ভাবুকি আনিছে শিৱসাগৰ জিলা নৈ-পৰিয়ালোকলৈ | সমগ্ৰ ৰাজ্যতে এতিয়া বানৰ তাণ্ডৱ অব্যাহত আছে | নাজিৰাতো দিখৌ নৈৰ কালৰূপ ধাৰণ | দ্ৰুত গতিত বাঢ়িছে দিখৌৰ জলপৃষ্ঠ | ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে শিৱসাগৰ |…
Read More...

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ দিচপুৰ লোকসেৱা ভৱণত সংৱাদমেল সম্বোধন

শেহতীয়া ৰাজ্যত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১৪খন জিলাৰ ৬৯৮খন গাঁও বানত প্লাৱিত হোৱা আৰু বানত ক্ষতিগ্ৰস্ত হোৱা ২ লাখ ৭০ হাজাৰ জনতাৰ হেতু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰতিজন জিলা…
Read More...

চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৰৱীন্দ্ৰ নাথ দাস সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনুসাংগিক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত…
Read More...

মুকালমুৱাত নতুন আইন-ন্যায়িক ব্যৱস্থা সম্পৰ্কে সজাগতা সভা

আজিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী হ'ব লগা তিনিখন নতুন আইনৰ বিষয়ে ৰাইজ আৰু আৰক্ষীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে মুকালমুৱাত এখন আইন সজাগতামূলক সভা অনুষ্ঠিত হয়। মুকালমুৱা আৰক্ষী থানাৰ চৌহদত অনুষ্ঠিত কৰে আইন সজাগতা সভাখন। গাওঁৰক্ষী বাহিনীৰ চক্ৰ…
Read More...

সংগীত শিল্পী অনিল কুমাৰ শইকীয়াই ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি আবিষ্কাৰ তথা নিৰ্মান কৰা বাঁহীৰ…

অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্য যন্ত্ৰ বাঁহী। বাঁহী এক প্ৰকাৰৰ সুশীৰ বাদ্য। ভাৰতীয় উচ্চাঙ্গ আৰু লঘূ সংগীতত বাঁহীৰ এক সুকীয়া স্থান আছে । বাঁহীৰ মিঠা সুৰ সকলোৰে প্রিয়। পৃথিৱীৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে।…
Read More...

বৰক্ষেত্ৰীত প্ৰসংশনীয় পদক্ষেপ!মাটি নিকিনি ৰাজহুৱা স্বাৰ্থত এম্বুলেঞ্চ কিনিলে তিলক কলিতাই

নলবাৰী জিলাৰ ১ নম্বৰ কাপলাবড়ী ৰংচুৱা নিবাসী তিলক কলিতা ওৰফে শম্ভু কলিতাই হৰগৌৰী মন্দিৰৰ নামত ৰাইজৰ বাবে মুকলি কৰে এখনি ৰাজহুৱা এম্বুলেঞ্চ। এম্বুলেঞ্চখন মুকলি কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উল্লেখ্য যে…
Read More...

নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও আৰক্ষী,মৈৰাবাৰী নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সৌজন্যত ভাৰতত নতুনকৈ প্ৰযোজ্য হোৱা নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত আজি এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ন্যায় সংহিতা-২০২৩ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য…
Read More...

আজিৰে পৰা দেশত বলৱৎ হ’ব ৩খন নতুন আইন

সৰভোগ আৰক্ষী থানাত সজাগতা সভা। আজিৰে পৰা দেশত প্ৰৱৰ্তন হ'ব অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন ৷ ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম,এই তিনি আইন সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাত এখন সজাগতা…
Read More...

উত্তৰ পূৰ্ব্বাঞ্চলত ভিতৰত CBSC ত সৰ্বাধিক ৯৯% শতাংশ নম্বৰ লাভ কৰি উত্তৰ গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই…

সদ্যঘোষিত ২০২৪ ৰ CBSCৰ দ্বাদশ শ্ৰেণীৰ ( কলা শাখা ) পৰীক্ষাত ৯৯% লাভ কৰে উত্তৰ গুৱাহাটীৰ দেৱৰ্শী কাকতি বৰাই। উত্তৰ পূৰ্ব্বাঞ্চলত ভিতৰত সৰ্বাধিক ৯৯% শতাংশ নম্বৰৰে প্ৰথম স্থান লাভ কৰে বৰাই। বৰাই উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ পৰা…
Read More...