Daily Time Axom
Browsing Tag

Assamese Actor

বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ…

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান।হৃদৰোগত আক্ৰান্ত হৈ ৯০ বছৰ বয়সত উজান বজাৰস্থিত নিজা বাসগৃহত নিশা ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস
Read More...

অভিনেতা, পৰিচালক, নাট্যকৰ্মী বিজয় শংকৰ শইকীয়াৰ মৃত্যু

নিউজ ডেস্ক,৭ জুলাইঃ দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতাজন।দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বিজয় শংকৰ শইকীয়া। ৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজন। মঞ্চ নাটকৰ লগতে বহুকেইখন
Read More...

অৱশেষত আজি মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত অসমীয়া চলচ্চিত্ৰ “শ্ৰী ৰঘুপতি”

নিউজ ডেস্ক, ৫জুনঃ অৱশেষত আজি মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত অসমীয়া চলচ্চিত্ৰ "শ্ৰী ৰঘুপতি"। ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। আজি দিনৰ ১১ বজাত ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল যদিও আনুষ্ঠানিক পত্ৰ লাভ
Read More...

অৱশেষত ৰাজনীতিত যোগ দিয়াৰ বিষয় সন্দৰ্ভত মুখ খুলিলে বৰষাৰাণী বিষয়াই

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ অৱশেষত ৰাজনীতিত যোগ দিয়াৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিলে অভিনেত্ৰীগৰাকীয়ে। এটা ফেচবুক পোষ্টযোগে অভিনেত্ৰী বৰষাৰাণী বিষয়াই স্পষ্ট কৰি দিলে বিষয়টো। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা
Read More...

নিপন গোস্বামীৰ দ্বাৰা অভিনীত ছবিৰ তালিকা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ ১৯৫৫ চনৰ ২ ডিচেম্বৰত ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন নামৰ ছবিখন মুক্তি পাইছিল । এই ছবিখন আছিল ১২ সংখ্যক অসমীয়া ছবি । লক্ষ্যণীয়ভাবে নিজৰ জীৱনৰ ১২ বছৰ বয়সতে এগৰাকী শিশু অভিনেতা হিচাপে এইখন ছবিৰ বাবে কেমেৰাৰ সন্মুখীন
Read More...

আজি সম্পন্ন হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ আজি সম্পন্ন হ'ব যশস্বী অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া। দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হ'ব শেষকৃত্য। দীঘলীপুখুৰী পাৰত অন্তিম শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ
Read More...