Daily Time Axom
Browsing Tag

Assamese Singer

কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০সংখ্যক জন্মজয়ন্তী

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যক ওপজা দিন।তেওঁ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰিছিল।ৰাণা দা খ্যাত জয়ন্ত হাজৰিকাই নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ
Read More...

বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই এক দুঃখবৰ! বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু নাই। আজি পুৱা ৮.২৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। সুদক্ষিণা শৰ্মা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ
Read More...

ভয়ংকৰ দুৰ্ঘটনাত পতিত মহেন্দ্ৰ হাজৰিকাৰ বাহন, গুৰুতৰভাবে আহত কণ্ঠশিল্পীগৰাকী

নিউজ ডেস্ক, ৯ জানুৱাৰীঃ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। শিৱসাগৰৰ দিখৌ দলঙত দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পীগৰাকীৰ বাহন। দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই বাহনখনে। দুৰ্ঘটনাত আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে
Read More...

আজি সুধাকন্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ ১১ সংখ্যক মৃত্যুবাৰ্ষিকী

নিউজ ডেস্ক, ৫ নৱেম্বৰঃ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ আজি ১১ সংখ্যক মৃত্যুবাৰ্ষিকী। আজি দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত হৈছিল। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ৮৫ বছৰ বয়সত
Read More...