Daily Time Axom
Browsing Tag

Assembly

বিধানসভা চলি থাকোতেই পৰ্ণ ভিডিঅ’ চোৱাত ব্যস্ত ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱ লাল নাথ

নিউজ ডেস্ক, ৩০ মাৰ্চঃ এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ' চালে বিজেপি বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই
Read More...

আজি অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন

নিউজ ডেস্ক, ১৭ আগষ্টঃ আজি এদিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হব এই এদিনীয়া অধিৱেশন। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণৰ বাবে যি অমৃত মহোৎসৱ কাৰ্যসূচী হাতত লৈছিল তাৰ বাবেই এই এদিনীয়া বিধানসভাৰ অধিৱেশন অনুষ্ঠিত
Read More...