Daily Time Axom
Browsing Tag

Assembly Election

দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা আগৰতলাত উপস্থিত হয়।ইয়াৰ পিছতেই আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজলত উপস্থিত ৰাহুল গান্ধী। আজি মিজোৰামৰ কংগ্ৰেছৰ…
Read More...

ভাৰতীয় নিৰ্বাচনী আয়োগৰ সংবাদমেলত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত।ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত…
Read More...

আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ১২ মে'-আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ২২৪টা সমষ্টিত হোৱা নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব ২৬১৩গৰাকী প্ৰাৰ্থীৰ।ৰাজ্যখনৰ মুঠ ৩৬ টা ভোটগণনা কেন্দ্ৰত হ'ব গণনা । বিজেপিয়ে
Read More...

আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১০ মে'- আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল। ২২৪খন আসনৰ বাবে আৰম্ভ নিৰ্বাচনী যুঁজ। ৫.২১ কোটি
Read More...

নাগালেণ্ডত নিৰ্বাচনী সংঘাত, দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনকেন্দ্ৰীক হিংসা। ৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত গুলীবৰ্ষণৰ ঘটনা। NPP আৰু NPFৰ মাজত সংঘৰ্ষ। NPFৰ সমৰ্থকে NPPৰ কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ। আনহাতে, নাগালেণ্ডৰ
Read More...

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া
Read More...

নিৰ্বাচনী প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান । NDPP-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ। আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুমুকেডিমাত
Read More...

ঘোষণা হ’ল উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ'ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ'ব নিৰ্বাচনৰ
Read More...

আজি ঘোষণা কৰিব নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজি ঘোষণা কৰা হ'ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। দিনৰ ২.৩০ বজাত আছে ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন। উল্লেখযোগ্য যে,
Read More...