আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন
নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। ঘোষণা কৰা হ’ব মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিন। দিনৰ ১২ বজাত ঘোষণা কৰিব নিৰ্বাচন আয়োগে।
দুপৰীয়া নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল।…
Read More...
Read More...