ছিকিমত ভয়ংকৰ হিমস্খলন, ৮০ জনৰো অধিক লোক বৰফৰ মাজত আৱদ্ধ
নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ছিকিমত ভয়ংকৰ হিমস্খলন। হিমস্খলনত এই পৰ্যন্ত প্ৰাণ গ'ল ৬ জন লোকৰ। এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে ৮০ জনৰো অধিক লোক। ছিকিমৰ বিখ্যাত পৰ্যটনস্থলী গেংকটকত সংঘটিত হৈছে এই ঘটনা।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, যি স্থানত!-->!-->!-->…
Read More...
Read More...