২৩ আগষ্টৰ দিনটোক National Space Day হিচাপে পালন কৰা হ’বঃ ISROত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা
নিউজ ডেস্ক, ২৬ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয়।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ISROৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ!-->…
Read More...
Read More...