Daily Time Axom
Browsing Tag

Barpeta

বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্রত চোৰৰ উপদ্রৱ, চোৰে লুটিলে লক্ষাধিক টকাৰ মুল্যবান সামগ্রী

নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ডৰ ঘটনা৷ চুৰে চুৰি কৰি নিয়ে এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা
Read More...

বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা, তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জুনঃ বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু। মঙলবাৰে নিশা প্ৰায় ৮-৩০ বজাত বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত লোকজন বৰপেটাৰ হেমন্ত দাস। দুৰ্ঘটনাটোত
Read More...

বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ১ জুনঃ বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা। ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত দুৰ্বৃত্তৰ গুলীচালনা। ধন দাবী কৰি দুই জাঁইকৈ গুলীচালনা কৰে দুৰ্বৃত্তই। ৩ লাখ টকা লুটৰ অপচেষ্টাৰে গুলীবৰ্ষণ দুৰ্বৃত্তৰ।স্বত্বাধিকাৰী শ্বাহ আলমে CSP বন্ধ
Read More...

বৰপেটাত দুই যুৱতীৰ ওপৰত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বৰপেটাত দুই যুৱতীৰ ওপৰত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। ৰাষ্ট্রীয় ঘাইপথৰ বেঁকী নৈৰ দলঙৰ সমীপত এই ঘটনা সংঘটিত হয়। যুৱতীক দুগৰাকীক আগুৰি ধৰি বগৰাই বগৰাই মাৰ পিট কৰে উদণ্ড যুৱকে। এখন ধাবাত অনৈতিক কাৰ্য চলোৱাৰ অভিযোগত
Read More...

আজি ৰঙৰ উৎসৱ ফাকুৱা

নিউজ ডেস্ক, ৭ মাৰ্চঃ আজি ৰঙৰ উৎসৱ ফাকুৱা । ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে পৰাই ফাকুৱা উদযাপন কৰি আহিছে । এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দু
Read More...

বৰপেটা ৰোডত এনকাউণ্টাৰ, ড্রাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷ গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিছা মিঞা ৷ আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায়
Read More...

বৰপেটাৰোডত ভয়ংকৰ গুলীচালনা, ব্যৱসায়ীক গুলীয়াই লুটি নিলে অৰ্ধলক্ষাধিক টকা

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ বৰপেটাৰোডত গুলীচালনাৰ ঘটনা ৷ ৰাধে কৃষ্ণ হাৰ্ডৱেৰলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ৷ গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা ৷ দুখন বাইকত আহি ৪টা দুৰ্বৃত্তই চলালে লুটপাট ৷ বৰপেটাৰোডৰ কলহভাঙাত সংঘটিত হয়
Read More...

উচ্ছেদ অভিযানত বাধা দিবলৈ গৈ আটক হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক। উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়কজন। বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলাইছে
Read More...

আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দীঘলীয়া শাৰী পাতি দেৱশৰ্মাৰ নশ্বৰদেহত
Read More...

বৰপেটাত আমছুৰ অৱস্থান ধৰ্মঘট পালন

নিউজ ডেস্ক, ২৩ আগষ্টঃ সম্প্ৰতি সাতদফীয়া দাবীৰ সমৰ্থনত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি ১১ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্মঘটকাৰী সকলে বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী
Read More...