আজি বিশ্বকাপত ভাৰত-বাংলাদেশৰ যুঁজ
নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ICC এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন। মেচখন অনুষ্ঠিত হ'ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত।
উল্লেখ্য যে, এদিনীয়া বিশ্বকাপত…
Read More...
Read More...