Daily Time Axom
Browsing Tag

Bhaskar Jyoti Mahanta

ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই পাঠ কৰোঁৱালে শপত বাক্য। অনুষ্ঠানত উপস্থিত থাকে DGP জি পি সিং, ADGP হীৰেন নাথ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ।
Read More...

আজি অসম আৰক্ষীৰ ২৪৪২টা SI আৰু কণিষ্টবল (AB & UB) পদৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল । ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব
Read More...

‘ভুল ৰিপ্ৰেজেণ্ট’ কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰক- ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্ক, ১০ চেপ্তেম্বৰঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাত এচাম অসাধু চক্ৰই ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ যুৱকজনে। ভিক্টৰ দাসে টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক
Read More...

২৬ হাজাৰ নিযুক্তিত কেণা, এজন পৰীক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ

নিউজ ডেস্ক, ৯ চেপ্টেম্বৰঃ যোৱা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা। ইন্টাৰনেট সেৱা কৰ্তন কৰি, কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কিন্তু এই চাকৰিত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন
Read More...