শোণিতপুৰত দুৰ্ঘটনাত পতিত মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন
নিউজ ডেস্ক, ৯ মে'- মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়৷ বলেৰ' বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকী৷ বিধায়কগৰাকীৰ কিয়া কাৰ্নিভেল বাহনত প্ৰচণ্ড খুন্দা!-->…
Read More...
Read More...