আকৌ উৎকোচ কাণ্ডঃ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী
নিউজ ডেস্ক, ৪ মাৰ্চঃ আকৌ উৎকোচ কাণ্ড। এইবাৰ কামৰূপত ধৰা পৰিল শিক্ষা বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী। গুৱাহাটী মহকুমাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক ঘোচখোৰ বুদ্ধ কটকী। বিদ্যালয়ৰ নামত আৱণ্টিত উন্নয়ন!-->…
Read More...
Read More...