Daily Time Axom
Browsing Tag

Bihar

বিহাৰৰ ৰঘুনাথপুৰত ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ নৰ্থ-ইষ্ট এক্সপ্ৰেছ

নিউজ ডেস্ক, ১২ অক্টোবৰঃ বিহাৰৰ ৰঘুনাথপুৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। লাইনচ্যুত হৈ দিল্লী-কামাখ্যা অভিমুখী ৰে'লখনৰ ২১টাকৈ দবা।ৰে'লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী। ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ এইমুহূৰ্তলৈ ৪ জনৰ মৃত্যু হৈছে…
Read More...

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন নাও। নাওখনত আছিল প্ৰায় ৩৪টাকৈ শিশু।বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান অব্যাহত
Read More...

বিহাৰৰ খগাড়িয়াত নিৰ্মীয়মাণ অৱস্থাত খহি পৰিল ১৭০০ কোটি টকীয়া দলং

নিউজ ডেস্ক, ৫ জুনঃ বিহাৰৰ খগাড়িয়াত নিৰ্মীয়মাণ অৱস্থাত খহি পৰিল ১৭০০ কোটি টকীয়া দলং। খগাড়িয়াৰ গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন তিনি টুকুৰা হৈ ভাগি পৰে নদীত। অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। খগড়িয়া জিলাৰ
Read More...

অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ। বিহাৰৰ হাজীপুৰত সংঘটিত হৈছে এই ঘটনা। শুই থকা অৱস্থাতে হত্যা কৰে নিজৰ ১৬ বছৰীয়া আৰু ১৮ বছৰীয়া কন্যাক। ঘৰৰ বিচনাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে
Read More...

পাটনাৰ ৰে’ল ষ্টেচনৰ টিভি স্ক্ৰিনত বিজ্ঞাপনৰ পৰিৱৰ্তে চলিল পৰ্ন ফিল্ম

নিউজ ডেস্ক, ২১ মাৰ্চঃ পাটনাৰ এটা ৰে’ল ষ্টেচনৰ টেলিভিছন স্ক্ৰীণত বিজ্ঞাপনৰ পৰিৱৰ্তে চলিল পৰ্ণ ফিল্ম। এনে এক কাণ্ড দেখি যাত্ৰীসকলৰ চকু কপালত উঠিল। এই ঘটনা বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ ১০ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছিল। যাত্ৰীসকলে খৰখেদাকৈ গৈ
Read More...

বিহাৰত উদ্ধাৰ হ’ল গুৱাহাটীৰ পৰা অপহৃত হোৱা শিশু

নিউজ ডেস্ক, ১৮ মাৰ্চঃ গুৱাহাটীৰ পৰা অপহৃত হোৱা দুই শিশুক উদ্ধাৰ। বিহাৰত উদ্ধাৰ কৰা হৈছে শিশু দুটিক। বিহাৰৰ বৈশালীৰ মাহুৱাৰ পৰা উদ্ধাৰ অজিত কুমাৰ আৰু বিবেক কুমাৰক। গুৱাহাটীৰ তেতেলীয়াৰ পৰা বৃহস্পতিবাৰে অপহৰণ কৰা হৈছিল শিশু দুটিক। ঘৰৰ
Read More...

ঝাৰখণ্ডৰ ধানবাদত বহু মহলীয়া অভিজাত অট্টালিকাত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ১৪ জন নিহত

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ ধনবাদ চহৰৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। মঙলবাৰে সন্ধিয়া ধানবাদৰ বেংক চাৰিআলিৰ ওচৰৰ জোৰা ফাটক অঞ্চলৰ ১১ মহলীয়া আশীৰ্বাদ এপাৰ্টমেণ্টত
Read More...

অসম আৰক্ষীৰ গুলীত ধাৰাশায়ী বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ লামডিঙত নিশা আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰীকিলাৰ মোহন কুমাৰ। লামডিঙৰ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত আছিল মোহন। নিশা মোহন কুমাৰক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। আৰক্ষীক বন্দুক দেখুৱাই দিয়াৰ ছলেৰে
Read More...

লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত…

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ। প্ৰফেছনেল কিলাৰ মোহন কুমাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিউ বঙাইগাঁও ৰে'ল আৰক্ষীৰ জালত মোহন কুমাৰ। পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীক। ২ লাখ টকাৰ
Read More...

GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ৷পলাতক আছিল ঠিকাদাৰ মিঠু আগৰৱাল৷ বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আগৰৱালাক৷ আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা
Read More...