Daily Time Axom
Browsing Tag

Bilashipara

ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি,লুটি নিলে লক্ষাধিক টকা

নিউজ ডেস্ক, ১০ অক্টোবৰঃ এইবাৰ ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি। বিলাসীপাৰাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। নিশা ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে নাঁৱত সংঘটিত কৰে ভয়ংকৰ ডকাইতি কাণ্ড। দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে লুটি নিলে…
Read More...

বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত চাৰিজনকৈ যুৱক

নিউজ ডেস্ক, ১ চেপ্তম্বৰঃ বিলাসীপাৰাৰ হাজাৰীপাৰা এলেংমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰাৰ পৰা ফকিৰাগ্ৰাম অভিমুখী আৰু কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত দুখন তীব্ৰ বেগী বাইকৰ
Read More...

বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি

নিউজ ডেস্ক, ১৪ জুনঃ বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন, কনিষ্টবল, হোমগাৰ্ডসহ অৰ্ধশতাধিক আৰক্ষীক বদলিৰ নিৰ্দেশনা৷ বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে৷
Read More...

বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু গৃহৰক্ষী জোৱান

নিউজ ডেস্ক, ২৯ মে'- বিলাসীপাৰাত উৎকোচ লৈ হাত দাঙিলে আৰক্ষীৰ উপ-পৰিদৰ্শকে। বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক ৰহিজুদ্দিন আহমেদৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন গৃহৰক্ষী সোণাৰুদ্দিন শ্বেইখ। আদালতলৈ কেছ ডায়েৰী প্ৰেৰণৰ নামত
Read More...

বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, শূন্য দূৰত্বৰ পৰা শোৱাপাটীতে গুলীয়াই হত্যা…

নিউজ ডেস্ক, ২৫ মে'- বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। শোৱাপাটীতে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিশা প্ৰায় ২ বজাত অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক হত্যা কৰে দুৰ্বৃত্তই। ঘটনাস্থলীত
Read More...

বিলাসীপাৰা থানা চৌহদত ৰখা গেং অৱ ডেভিলছৰ তিনিখনকৈ মটৰ চাইকেলত অগ্নিসংযোগ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বিলাসীপাৰা থানাত চাঞ্চল্যকৰ ঘটনা। নিশা থানা চৌহদত থকা তিনিখন বাইক জ্বলাই দিলে দুৰ্বৃত্তই। আৰক্ষীয়ে জব্দ কৰিছিল এই বাইককেইখন। কোনে কি কাৰণত বাইক কেইখন জ্বলাই দিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে এই
Read More...

দুৰ্ঘটনা সংঘটিত কৰি এগৰাকী মহিলাক হত্যা কৰাৰ পিছতো পাৰ্টী কৰি পৈশাচিক আচৰণ উদণ্ড বাইকাৰ্ছ গেঙৰ

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ বিলাসীপাৰাত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত নিহত এগৰাকী মহিলা । দুৰ্ঘটনা সংঘটিত কৰিয়ে সামাজিক মাধ্যমত ভিডিঅ' প্ৰকাশ কৰি পৈশাচিক আনন্দত লিপ্ত হ'ল বাইকাৰৰ দলটি । উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্য্যখাতাত
Read More...

বিলাসীপাৰা আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ বিলাসীপাৰা আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী। কাঠালদি প্ৰথম খণ্ড গাঁৱৰ অমেদ আলীৰ ঘৰৰ পৰা আটক দুই জালনোট সৰবৰাহকাৰীক। গাঁওৰক্ষী বাহিনী আৰু ৰাইজে হাতে-লোটে ধৰি চমজাই দিয়ে আৰক্ষীক। সৰবৰাহকাৰীৰ পৰা নগদ ১লাখ ৩৯ হেজাৰ
Read More...

বিলাসীপাৰাত তিনি PFI নেতাক আটক

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলিছে পিএফআইৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় তিনি PFI নেতা। বিলাসীপাৰাৰ নায়েৰ আলগা আৰু টিলাপাৰাৰ পৰা আটক
Read More...

বিলাসীপাৰাত অপহৰণকাৰীৰ ৰূপত শিক্ষক, শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ পৰিয়ালৰ

নিউজ ডেস্ক, ১৭ আগষ্টঃ এজন শিক্ষকৰ অপহৰণৰ কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। বিলাসীপাৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইনে নিজৰ বিদ্যালয়ৰে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত নাবালিকা
Read More...