Daily Time Axom
Browsing Tag

Bilashipara Police

বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত চাৰিজনকৈ যুৱক

নিউজ ডেস্ক, ১ চেপ্তম্বৰঃ বিলাসীপাৰাৰ হাজাৰীপাৰা এলেংমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰাৰ পৰা ফকিৰাগ্ৰাম অভিমুখী আৰু কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত দুখন তীব্ৰ বেগী বাইকৰ
Read More...

বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি

নিউজ ডেস্ক, ১৪ জুনঃ বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন, কনিষ্টবল, হোমগাৰ্ডসহ অৰ্ধশতাধিক আৰক্ষীক বদলিৰ নিৰ্দেশনা৷ বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে৷
Read More...

বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, শূন্য দূৰত্বৰ পৰা শোৱাপাটীতে গুলীয়াই হত্যা…

নিউজ ডেস্ক, ২৫ মে'- বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। শোৱাপাটীতে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিশা প্ৰায় ২ বজাত অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক হত্যা কৰে দুৰ্বৃত্তই। ঘটনাস্থলীত
Read More...

বিলাসীপাৰা থানা চৌহদত ৰখা গেং অৱ ডেভিলছৰ তিনিখনকৈ মটৰ চাইকেলত অগ্নিসংযোগ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বিলাসীপাৰা থানাত চাঞ্চল্যকৰ ঘটনা। নিশা থানা চৌহদত থকা তিনিখন বাইক জ্বলাই দিলে দুৰ্বৃত্তই। আৰক্ষীয়ে জব্দ কৰিছিল এই বাইককেইখন। কোনে কি কাৰণত বাইক কেইখন জ্বলাই দিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে এই
Read More...

বিলাসীপাৰাত তিনি PFI নেতাক আটক

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলিছে পিএফআইৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় তিনি PFI নেতা। বিলাসীপাৰাৰ নায়েৰ আলগা আৰু টিলাপাৰাৰ পৰা আটক
Read More...