আজি শৌৰ্য-বীৰ্য, বীৰত্বৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায় দিৱস
নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰীঃ আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস। আজি শৌৰ্য-বীৰ্য, বীৰত্বৰ প্ৰতীক মহাবীৰ চিলাৰায়ক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ আয়োজন।
চিলাৰায় বা বীৰ চিলাৰায়ৰ জন্ম হৈছিল ১৫১০ চনত আৰু!-->!-->!-->…
Read More...
Read More...