Daily Time Axom
Browsing Tag

bjp

এইবাৰ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ

নিউজ ডেস্ক, ৬ অক্টোবৰঃ এইবাৰ বিজেপিয়ে ৰাহুল গান্ধীক লৈ তৈয়াৰ কৰিছে এখন পোষ্টাৰ। ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে বিজেপিয়ে। ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই পোছাক। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ
Read More...

আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে

নিউজ ডেস্ক, ১৮ আগষ্টঃ আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিব পদত্যাগ-পত্ৰ। জানিব পৰা মতে তেওঁ আজি দিনৰ ১ বজাত পদত্যাগ কৰিব। লগতে এৰিব কেবিনেটৰ মৰ্যদাও। অৱশ্যে এতিয়াও এই কথাৰ কোনো
Read More...

কোনে নিৰ্যাতন চলাইছিল ইন্দ্ৰানী তহবিলদাৰক

নিউজ ডেস্ক, ১৪ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। ঘটনাক লৈ এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইজনৰ পিছত সিজন লোক সাঙোৰ খাইছে এই চাঞ্চল্যকৰ
Read More...

সভ্য সমাজক লজ্জিত কৰা কাণ্ড! যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ

নিউজ ডেস্ক, ৫ জুলাইঃ সভ্য সমাজক লজ্জিত কৰা কাণ্ড! হাতত জলন্ত চিগাৰেট লৈ যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মানৱ জাতিক লজ্জানত কৰা এই ভিডিঅ’। মধ্য প্ৰদেশৰ সিধী জিলাৰ বিজেপি নেতা প্ৰবেশ শুক্লাৰ এই ভিডিঅ’ ভাইৰেল হৈ
Read More...

চাঞ্চল্য! গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ গ’ল মৃতদেহ

নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংস হত্যা। কৃষ্ণাই চলপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ জোনালী নাথৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ দায়িত্বত
Read More...

আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ১২ মে'-আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ২২৪টা সমষ্টিত হোৱা নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব ২৬১৩গৰাকী প্ৰাৰ্থীৰ।ৰাজ্যখনৰ মুঠ ৩৬ টা ভোটগণনা কেন্দ্ৰত হ'ব গণনা । বিজেপিয়ে
Read More...

আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১০ মে'- আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল। ২২৪খন আসনৰ বাবে আৰম্ভ নিৰ্বাচনী যুঁজ। ৫.২১ কোটি
Read More...

আজি প্রধানমন্ত্রীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠানৰ আজি ১০০ সংখ্যক খণ্ড। দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’ব এই ১০০ সংখ্যক খণ্ড। ‘‘মন কি বাত’’ৰ প্ৰথম খণ্ড ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰিত হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে
Read More...

কৰ্ণাটকত বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কৰ্ণাটকৰ বিজেপি শিবিৰত আন এক মোক্ষম আঘাত। প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেটাৰৰ কংগ্ৰেছত যোগদান।আনহাতে সন্মুখত কৰ্ণাটক বিধানসভা নিৰ্বাচন । ১০ মে'ত ভোটদান প্ৰক্ৰিয়া । ইতিমধ্যে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। সমাগত
Read More...

বিজেপিত যোগদান অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ শুকুৰবাৰে বিজেপিত যোগদান কৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে। কেৰালাৰ কংগ্ৰেছ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ পিছত দক্ষিণ ভাৰতৰ দ্বিতীয়জন প্ৰাক্তন কংগ্ৰেছ নেতাই যোগদান কৰে বিজেপিত।
Read More...