বিজেপি ৫ টা ৱাৰ্ডত জিকিছে ৫৭ টাৰ ভিতৰত, এজেপিয়ে এটা আসন লাভ কৰিছে,ৱাৰ্ড ৪২ ত আপৰ নেতৃত্ব


গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল | ৫৭ টা ৱাৰ্ডৰ ভিতৰত ৬ টা ৱাৰ্ডৰ বাবে ফলাফল ঘোষণা কৰা হয়, আৰু বিজেপিয়ে ৫টা ৱাৰ্ড (ৱাৰ্ড নং ১১, ২১, ৩১, ৪১, ৫১) আৰু অসম জাতিয়া পৰিষদে (এজেপি) ১ টা ৱাৰ্ড (ৱাৰ্ড নং ১) লাভ কৰিছে, কামৰূপ (মেট্ৰ’ ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয়।

Comments (0)
Add Comment