Daily Time Axom
Browsing Tag

bjp

প্ৰভাৱশালী ভাৰতীয়ৰ TOP-20ত ডঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ৩১ মাৰ্চঃ প্ৰভাৱশালী ভাৰতীয়ৰ TOP-20ত ডঃ হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়ান এক্সপ্ৰেছৰ ১০০ গৰাকী প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত সপ্তদশ স্থানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তালিকাৰ শীৰ্ষ স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয়
Read More...

বিধানসভা চলি থাকোতেই পৰ্ণ ভিডিঅ’ চোৱাত ব্যস্ত ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱ লাল নাথ

নিউজ ডেস্ক, ৩০ মাৰ্চঃ এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ' চালে বিজেপি বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই
Read More...

অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন, ১৩ মে’ত ফলাফল

নিউজ ডেস্ক, ২৯মাৰ্চঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। আনহাতে ভোট গণনা কৰা হ’ব ১৩ মে’ত। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰিলে কৰ্ণাটক
Read More...

অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি, বিৰোধীৰ হুলস্থলীয়া পৰিৱেশ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি।ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ। সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল কংগ্ৰেছে। কংগ্ৰেছ সাংসদে প্ৰদৰ্শন কৰিলে প্লে'কাৰ্ড। অধ্যক্ষৰ আসনৰ সন্মুখলৈ
Read More...

বিজেপি বিধায়কক আলফাই ধনদাবী কৰা নাই, বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে

নিউজ ডেস্ক, ২১ মাৰ্চঃ BJPৰ কেইবাগৰাকীও বিধায়কক আলফা(স্বাধীন)ৰ তৰফৰ পৰা ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে।কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা(স্বা)ৰ পৰা প্ৰদান কৰা হৈছে
Read More...

গুৱাহাটীত বিজেপি নেতাৰ ওপৰত আক্ৰমণ, সংকটজনক অৱস্থাত চিকিৎসাধীন নেতাজন

নিউজ ডেস্ক, ৪ মাৰ্চঃ বিজেপি নেতাক আক্ৰমণ। গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ। গুৱাহাটী ৰে'ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ। ১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ
Read More...

উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, অভিযানত জব্দ প্ৰায় ৬ কোটি টকা

নিউজ ডেস্ক, ৩ মাৰ্চঃ বিজেপি নেতাৰ পুত্ৰৰ বাসগৃহত জাপে জাপে টকা। উৎকোচ লওঁতেই পৰিল লোকায়ুক্তৰ জালত। বাসগৃহৰ পৰা জব্দ হৈছে ৬ কোটি টকা। কৰ্ণাটক বিজেপিৰ নেতা কে মাদাল বীৰু পাকছাপাৰ পুত্ৰ তথা BWSSBৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত মাদালৰ কাৰ্যালয়ৰ
Read More...

ছত্তীশগড়ত পুনৰ বিজেপি নেতাক গুলীয়াই হত্যা মাউবাদীৰ

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰীঃ পুনৰ ছত্তীশগড়ত মাউবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বিজেপি নেতাই। শুকুৰবাৰে দুটা মাউবাদীয়ে ছত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ এগৰাকী বিজেপি নেতাক ঘৰলৈ গৈ দুটা গুলীৰে ধৰাশায়ী কৰে বুলি জানিব পৰা গৈছে। নেতাগৰাকী ছত্তীশগড়ৰ
Read More...

আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে।আজি গান্ধীনগৰত বিজেপি চৰকাৰৰ শপতগ্ৰহণৰ বিশাল আয়োজন। মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলৰ লগতে শপতগ্ৰহণ কৰিব ২৫জনকৈ কেবিনেট মন্ত্ৰীয়ে। এই
Read More...

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ'ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ'ব ১৮২ সমষ্টিৰ মুঠ ১৬২১
Read More...