Daily Time Axom
Browsing Tag

bjp

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন
Read More...

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রথম পর্যায়ৰ নির্বাচনত
Read More...

আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল ২২ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৮খন জিলাৰ ২২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭৫ গৰাকী প্ৰাৰ্থীয়ে। ৯৩টা ভোটকেন্দ্ৰত বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ। BJPৰ
Read More...

আজি মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব জে পি নাড্ডা আৰু অমিত শ্বাহে

নিউজ ডেস্ক, ৮ অক্টোবৰঃ ৬ মহলীয়া আটকধুনীয়া ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি ১০.৩০ বজাত বশিষ্ঠত মুকলি কৰা হ'ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়। ৬ মহলীয়া
Read More...

আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ। কহৰা বৰগছ ৰিজৰ্টত তিনিদিনীয়াকৈ চিন্তন শিবিৰ। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বৈঠকৰ আয়োজন। এই বৈঠকৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মিত্ৰজোঁটৰ
Read More...

আজি বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিং

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঞ্জাৱ লোক কংগ্ৰেছ দলৰ সভাপতি অমৰিন্দৰ সিং।মন্ত্ৰী গৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত আজি নতুন দিল্লীত বিজেপিত যোগদান কৰিব। এই সিদ্ধান্ত ঘোষণা কৰে
Read More...

কেন্দ্ৰত বিজেপি বিহীন চৰকাৰ গঠন হ’লে কৃষকে পাব বিনামূলীয়া জলসিঞ্চন, বিদ্যুৎ আদি মুখ্যমন্ত্ৰী কেচিআৰ

তেলেংগানা,৭ছেপ্টেম্বৰ: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও কেচিআৰে কয় যে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত যদি অবিজেপি চৰকাৰ গঠন হয়, তেন্তে সমগ্ৰ দেশৰ কৃষকসকলক বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰা হ’ব। তদুপৰি, পৃথক ৰাজ্যিক
Read More...

‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’- বিজেপি

নিউজ ডেস্ক, ২২ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে। যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী।
Read More...

ঘৰ শত্ৰু বিভীষণত পৰিণত চাপৰ বিজেপি টাউন মণ্ডল

নিউজ ডেস্ক,১৪ আগষ্টঃমিছা অভিযোগেৰে বাতৰি সম্প্ৰচাৰ কৰি মণ্ডল সভাপতিক হেও প্ৰতিপন্ন কৰাৰ কু-চক্ৰান্তৰ অভিযোগ। কোনোবা দুষ্ট প্ৰকৃতিৰ বিজেপি কৰ্মীয়ে কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় পতাকা আতৰাই কু অভিসন্ধি ৰচনা কৰাৰ অভিযোগ। চাপৰ মণ্ডল বিজেপিক
Read More...

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা

নিউজ ডেস্ক, ১৬ জুলাইঃ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী। গেৰুৱা হ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। নিয়ৰ ডেকাৰ নেতৃত্বত যোগ দিলে ৩০ৰো অধিক কটন বিশ্ব
Read More...