Daily Time Axom
Browsing Tag

Blast

কাৰ্গিলত ভয়ংকৰ বিস্ফোৰণ, নিহত ৩, আহত ১১ জন

নিউজ ডেস্ক, ১৯ আগষ্টঃ লাডাখৰ কাৰ্গিল জিলাত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ১০ জন লোক আহত হৈছে।আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। শুকুৰবাৰে এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ
Read More...

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ

নিউজ ডেস্ক, ১১ মে'- পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ৷ বিগত ৫টা দিনত ৩টাকৈ বিস্ফোৰণ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংঘটিত হয়৷ অমৃতসৰৰ হেৰিটেজ ষ্ট্ৰীটৰ ওচৰত নিশা ১ বজাত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে
Read More...

বিদ্যালয়ত ভয়ংকৰ বিস্ফোৰণ, বিস্ফোৰণত মৃত্যু ২৭ জনৰ

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এখন বিদ্যালয়ত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় ২৭ জন লোক নিহত হয়। লগতে কেইবাজনো লোক আহত হয়। এই বিস্ফোৰণত মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ১৯ জন
Read More...

জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ, বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজনকৈ লোক

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ ৷ কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য ৷ নিশা এখন বাছত সংঘটিত হয় বিস্ফোৰণটো ৷ এটা পেট্ৰ’ল পাম্পৰ সন্মুখত নিশা ৰৈ আছিল বাছখন ৷ বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজনকৈ লোক ৷ এই বাছখন
Read More...