Daily Time Axom
Browsing Tag

bollywood

এপিএছচি কেলেংকাৰি সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ - বিজেপিৰ অপকৰ্মৰ ফল ভুগিছে ৰাইজে দুৰ্নীতি-লুণ্ঠনকাৰী সকলক ৰাইজে ক্ষমা নকৰে - আপ 'কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ দুটা পিঠি ৷ স্বাধীনতাৰ পিছত কংগ্ৰেছে যি বাটেৰে বাট বুলিলে এতিয়া বিজেপিয়েও একেটা বাটেৰেই আগবাঢ়িছে ৷ ' অসম
Read More...

১২ বছৰৰ পিছত প্ৰয়াগত মহা কুম্ভ, ১২ বছৰৰ পিছত কিয় হ’ল মহা কুম্ভ! ইয়াৰ আঁৰত এটা কাহিনী আছে

১২ বছৰৰ পাছত মহাকুম্ভৰ আয়োজন কৰা হয়। দেৱ-অসুৰৰ যুদ্ধৰ বাবে কিয় আৰু কেনেকৈ কুম্ভ আৰম্ভ হৈছিল... উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃহৎ পৰিসৰত চলি আছে কুম্ভমেলা। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হয়, যিটো এইবাৰ উত্তৰ প্ৰদেশত ১৩
Read More...

ৰাধিকাই নাম সলনি কৰিলে কিয়, চাওক সৰ্বিশেষ

অনন্ত-ৰাধিকাৰৰ যুটিটো মনোৰঞ্জন জগতত প্ৰায়ে চৰ্চিত হৈ পৰে। এতিয়া মুকেশ আম্বানীৰ বোৱাৰী ৰাধিকাই নাম সলনি কৰিছে। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নাম সলনি কৰিছে। ছ’চিয়েল মিডিয়াত ৰাধিকা মাৰ্চেণ্টৰ পৰা ৰাধিকা আম্বানীলৈ
Read More...

বিহুবৰত বিস্ফোৰক সামগ্ৰী উদ্ধাৰকলৈ চাঞ্চল্য, ২ টা ৱেব পৰ্টেলত জড়িত সাংবাদিকক আটক

ছচিয়েল মিডিয়াত এতিয়া দৈনিক ঘটিছে নতুন সংযোজন ৱেব পৰ্টেলৰ | ধন ঘটনা আহিলা হৈ পৰিছে নেকি ছচিয়েল মিডিয়াৰ এই সমূহ প্লেটফৰ্ম | সংযোগ হৈছে ন ন সংবাদকৰ্মীৰ | পৰিচয় পাইছে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ | এতিয়া মূল বিষয়লৈ আহিছো, যোৱা ২৫ ছেপ্তেম্বৰত বিহুবৰ
Read More...

মহানগৰীৰ নুনমাটিৰ চেক্টৰ ৩ ত নুনমাটি আৰক্ষীৰ অভিযান

এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ভাং । অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২.৮৭ কেজি ভাং সহ আটক কৰে মাদাৰ চান্দ দাস নামৰ এজন লোকক। উল্লেখ যে বিগত বহু দিন ধৰি লোকজনে নুনমাটি অঞ্চলত ভাঙৰ
Read More...

দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷ ১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ
Read More...

ৰীমা দাসৰ ‘Village Rockstars 2 ‘ সন্মানীয় ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ…

এই চিনেমাখন টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি‌ এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা Village Rockstars ৰ ছিকুৱেল।ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা
Read More...

উত্তৰ গুৱাহাটীত বানাক্ৰান্ত শিশুৰ খাদ্যৰ অভাৱত ভোকত ক্ৰন্দন

বান আঁতৰিলেও দুৰ্দশাই যেন লগ এৰা নাই একাংশ বানাক্ৰান্তক। এফালে পানীয়ে ধাহি মুহি সকলো কাঢ়ি নিলে,আনফালে মথাউৰিত আশ্ৰয় লৈ ভোকত চিঞৰিছে শিশুৱে । বিগত দহদিনে উত্তৰ গুৱাহাটী ৰংমহল মথাউৰিত আশ্ৰয় লৈ থকা ১৬টা কৃষক পৰিয়ালৰ আৰ্তনাদ । খেতিৰেই পেট…
Read More...

অৰুণাচলত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বাবে ভাৰতৰ পদক্ষেপৰ তীব্ৰ প্ৰতিক্ৰিয়া চীনৰ

চীনৰ সৈতে অব্যাহত থকা সীমা বিবাদৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ৰাজ্য অৰুণাচলত ১২টা জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে ভাৰতে প্ৰায় ১ বিলিয়ন ডলাৰ ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতে বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ…
Read More...

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট - ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া এই…
Read More...