Daily Time Axom
Browsing Tag

bollywood

বেয়া প্ৰস্তাৱৰ পৰা অভিনেত্ৰী এছা গুপ্তাই কেনেকৈ নিজকে ৰক্ষা কৰিছিল

দহ বছৰ পূৰ্বে অভিনেত্ৰী হিচাপে বলীউডত প্ৰৱেশ কৰিছিল এছা গুপ্তাই। ২০১২ চনত ‘জন্নত ২’ চিনেমাৰ জৰিয়তে নায়িকা হিচাপে অভিষেক ঘটায়। কুনাল দেশমুখৰ পৰিচালনাত নিৰ্মিত ছবিখনত এছাই বলীউডৰ অভিনেতা ইমৰাণ হাছমীৰ সৈতে যোৰ কৰিছিল। প্ৰথমখন চিনেমাত
Read More...

গণেশগুৰিত পূৰ্ণ গতিত চলিছে হনুমান মন্দিৰৰ নিৰ্মাণ কাৰ্য্য, ২৮ নবেম্বৰত উদ্ধোধন , দান – বৰঙণিৰ…

গুৱাহাটী ৫ অক্টোবৰ: গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো তিনি দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ'ব। অহা ২৩ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ চলিব লগা
Read More...

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি। ৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰা বুলি জানিব পৰা গৈছে। ৰিখটাৰ
Read More...

পুনৰ  গুৱাহাটী মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে লুটপাতৰ ঘটনা।এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। গুৱাহাটীৰ ভিআইপি ৰোডত সংঘটিত হৈছে এই ঘটনা। প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে চিলনী চোৰে লুটি লৈ যায় নিজৰা গগৈ নামৰ মহিলা গৰাকীৰ
Read More...

এতিয়াৰে পৰা ৰাজ্যৰ ৪ খন জিলাত প্ৰযোজ্য হৈ থাকিব AFSPA

আজিৰ পৰা অসমৰ চাৰিখন জিলাতহে প্ৰযোজ্য হৈ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা।এই কথা ঘোষণা কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত আয়োজিত এক
Read More...

হিমাচলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত আমিৰ, ২৫ লাখ টকা দান

পাহাৰৰ ওপৰত সৰু সৰু সুসজ্জিত ঘৰবোৰ নিমিষতে ধ্বংস হৈ পৰিছিল। এইবাৰৰ বাৰিষাৰ সময়ত হিমাচল প্ৰদেশত এনে এখন ছবি দেখা পালে সকলোৱে। চকুৰ পলকতে চহৰখন মচি পেলালে বানে। বাৰিষাত বিধ্বস্ত সেই আটাইকেইটা পৰিয়ালৰ কাষত থিয় হৈছে অভিনেতা আমিৰ
Read More...

এয়াৰ ৰাইফলত ৰমিতাৰ ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ ছটা পদক লাভ

১৯ সংখ্যক এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় শাখাত ভাৰতে প্ৰথম পদক লাভ কৰে। মেহুলী ঘোষ, ৰমিতা জিন্দাল আৰু আশী চৌকছিয়ে ৰূপৰ পদক লাভ কৰে। কিন্তু মেহুলীয়ে ব্যক্তিগত ইভেণ্টত পদকৰ পৰা বঞ্চিত হ’ল। কিন্তু ভাৰতীয় শ্বুটাৰসকলে
Read More...

শীৰ্ষত শ্বাহৰুখ খানক অতিক্ৰম কৰিছে নয়নতৰাই

সমগ্ৰ ভাৰততে নিজৰ আধিপত্য প্ৰদৰ্শন কৰিছে চাউথৰ লেডী ছুপাৰষ্টাৰ নয়নতৰাই। শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ত মহিলা নায়িকা চৰিত্ৰত অভিনয় কৰি বলীউডত নিজৰ নাম উজলাই তুলিছে অভিনেত্ৰীগৰাকীয়ে। লগতে শীৰ্ষ স্থান দখল কৰিছে।
Read More...

অৰ্জুনৰ নতুন প্ৰেমিকা নেকি কুশা

কুশা কপিলাৰ প্ৰেমত পৰিছে অৰ্জুন কাপুৰ। উৰাবাতৰিৰ বাবেই অৰ্জুন আৰু মলাইকা অৰোৰাৰ বহু চৰ্চিত সম্পৰ্ক ভাঙি গৈছে। অৱশ্যে কুশাই এই বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ কৰে। ২০১৬ চনত ছলমান খানৰ ভাতৃ আৰবাজ খানৰ সৈতে ১৮ বছৰীয়া বিবাহৰ অন্ত পেলাইছিল
Read More...

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ। বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ ছুই চহৰত সংঘটিত হৈছে এই ঘটনা। ফুটবল দল এটা তাত টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল। বেছিভাগেই ১৭ৰ পৰা
Read More...